এড-অন আঁচনিত এয়াৰটেলৰ (Airtel) ৮৯ টকাৰ আঁচনি আটাইতকৈ লাভজনক আঁচনি। ই এয়াৰটেল গ্ৰাহকক ৮৯টকা আৰু ৬ জিবি ডাটা প্ৰদান কৰে। ই আমাজন প্ৰাইম ভিডিঅ'ৰ (Amazon Prime) সদস্যতা আৰু বিনামূলীয়া হেলো টিউনৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে।

মানুহৰ মাজত OTT প্লেটফৰ্মৰ উন্মাদনা যথেষ্ট বৃদ্ধি পাইছে। গ্ৰাহকসকলক তেওঁলোকৰ ম'বাইলত অধিক ডাটাৰ প্ৰয়োজন কিয়নো তেওঁলোকে এতিয়া ফোনত চিনেমা, ৱেব চিৰিজ আৰু টিভি শ্ব' উপভোগ কৰে। গ্ৰাহকসকলে তেওঁলোকৰ সেৱা লাভ কৰিবলৈ অ'টিটি প্লেটফৰ্মৰ সদস্য হ'ব লাগিব। গ্ৰাহকসকলে অ'টিটি প্লেটফৰ্ম চাবলৈ সদস্যতা ল'ব লাগিব। বহুতো টেলিকম কোম্পানীয়ে প্ৰিপেইড আঁচনিৰ সৈতে অ'টিটি প্লেটফৰ্ম ছাবষ্ক্ৰিপছন বিনামূলীয়াকৈআগবঢ়াইছে।
৮৯ টকাত আমাজন প্ৰাইম (Amazon Prime) কেনেদৰে প্ৰাপ্ত কৰিব: এড-অন আঁচনিত এয়াৰটেলৰ (Airtel) ৮৯ টকাৰ আঁচনি আটাইতকৈ লাভজনক আঁচনি। ই এয়াৰটেল গ্ৰাহকক ৮৯টকা আৰু ৬ জিবি ডাটা প্ৰদান কৰে। ই আমাজন প্ৰাইম ভিডিঅ'ৰ (Amazon Prime) সদস্যতা আৰু বিনামূলীয়া হেলো টিউনৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে। এই আঁচনিৰ বৈধতা আপোনাৰ আঁচনিৰ বৈধতা লৈকে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|