உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • technology
    • »
    • ট্ৰেডিং হৈছে অতিৰিক্ত উপাৰ্জন কৰাৰ জনপ্ৰিয় উপায়

    ট্ৰেডিং হৈছে অতিৰিক্ত উপাৰ্জন কৰাৰ জনপ্ৰিয় উপায়

    অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰাৰ 7 টা উপায়।

    অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰাৰ 7 টা উপায়।

    অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰাৰ 7 টা উপায়।

    • Share this:
    এক আৰামদায়ক আৰু উন্নত জীৱনশৈলীৰ বাবে আমি সকলোৱে বৰকৈ হেঁপাহ কৰো। আজিৰ পৃথিৱীত আমাৰ জীৱনৰ লক্ষ্য আৰু আকাংক্ষাসমূহ পূৰণ কৰিবলৈ কেৱল এটা উপাৰ্জনৰ উৎস পৰ্যাপ্ত নহয় যেন লাগে। উপাৰ্জনৰ অতিৰিক্ত উৎস থাকিলে সেইটোৱে আপোনাক অধিক অৰ্থনৈতিক সুৰক্ষা আৰু স্থিৰতা প্ৰাপ্ত কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও অতিৰিক্ত উপাৰ্জনে আপোনাক আপোনাৰ বৰ্ধিত চাহিদাসমূহ পূৰণ কৰাত আৰু এক আৰামদায়ক জীৱন যাপন কৰাত সহায় কৰিব পাৰে।

    প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ সুবিধা গ্ৰহণ কৰি আমি আজি আমাৰ ঘৰৰ পৰাই আৰামত অতিৰিক্ত উপাৰ্জন লাভ কৰিব পাৰোঁ। যদি আপুনিও অতিৰিক্ত উপাৰ্জনৰ উৎস কেনেদৰে বিচাৰিব সেইটোকে ভাবি আছে, তেনেহ'লে আপুনি সঠিক ঠাইত আহি উপস্থিত হৈছে।

    অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰাৰ উপায়সমূহ

    অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰাৰ উপায় বিচাৰি থকা লোকসকলৰ বাবে বহুতো বিকল্প উপলব্ধ আছে। আপুনি আপোনাৰ পুঁজি তলত উল্লেখ কৰা বিকল্পসমূহত লগাব পাৰে:

    • বেংকৰ ফিক্সড ডিপ'জিট

    • মিউচুৱেল ফাণ্ড

    • ট্ৰেডিং

    • ব'ণ্ড আৰু ঋণপত্ৰ

    • সোণ

    • ৰাজহুৱা ভৱিষ্যত নিধি (PPF)

    • ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী (NPS)


    অতিৰিক্ত উপাৰ্জন লাভ কৰাৰ উপায় ভালে-সংখ্যক আছে। কিন্তু আপুনি যিকোনো বিকল্প বিবেচনা কৰাৰ আগতে সেইবোৰৰ প্ৰতিটোৰে ভাল আৰু বেয়া দিশবোৰৰ বিষয়ে জানি লব লাগিব।

    • বেংকৰ ফিক্সড ডিপ’জিট আৰু সোণ হৈছে বিনিয়োগৰ পৰম্পৰাগত প্ৰকাৰ আৰু ই আপোনাক কেৱল নিম্নৰ পৰা নামমাত্ৰ মুনাফাহে গোটাই আনি দিব পাৰে।

    • মিউচুৱেল ফাণ্ড, ৰাজহুৱা ভৱিষ্যত নিধি, ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী, ব'ণ্ড আৰু ঋণপত্ৰৰ দৰে বিনিয়োগৰ বিকল্পবোৰে মজলীয়া মুনাফা গোটাই আনি দিব পাৰে যদিহে আপুনি দীৰ্ঘম্যাদী সময়ৰ বাবে বিনিয়োগ কৰি থাকে।

    • এই সকলোবোৰ বিকল্প (ট্ৰেডিঙৰ বাহিৰে) এক স্থায়ী লক-ইন ম্যাদৰ সৈতে আহে। অৰ্থাৎ লক-ইন ম্যাদ উকলি যোৱাৰ আগতে আপুনি আপোনাৰ পুঁজিসমূহ উলিয়াব নোৱাৰে।


    ট্ৰেডিঙৰ সৈতে অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰক

    এইমাত্ৰ যি কোৱা হ'ল তুলনাত ট্ৰেডিং এক আদৰ্শ উপায়। ট্ৰেডিঙে আপোনাক সফলতাৰে ট্ৰেড শিকিবলৈ আৰু কৰিবলৈ সক্ষম কৰে আৰু ইয়াত কোনো ধৰণৰ লক-ইন ম্যাদ অন্তৰ্ভুক্ত নাথাকে। ইয়াৰ উপৰিও যদি আপোনাৰ সঠিক ট্ৰেডিঙৰ দক্ষতা আছে তেনেহ'লে আপুনি ট্ৰেডিং আৰম্ভ কৰিব পাৰে আৰু ৰণনীতি প্ৰকৃত একাউণ্টত প্ৰয়োগ কৰিব পাৰে। আপোনাক কেৱল এই ক্ষেত্ৰত বিকশিত আৰু উৎকৃষ্ট হোৱাৰ আকাংক্ষাৰ প্ৰয়োজন। ইয়াৰ লগতে আপোনাক এটা ভাল ট্ৰেডিং প্লেটফৰ্মৰ প্ৰয়োজন হ'ব। ট্ৰেডাৰসকলৰ মনোযোগ আকৰ্ষণ কৰা এটা সোণালী সুযোগৰ নাম হৈছে Binomo. এই ব্যৱহাৰকাৰী-অনুকূল, অনলাইন ট্ৰেডিং প্লেটফৰ্মটোৱে আপোনাক ভাল ফলাফল প্ৰাপ্ত কৰিবলৈ সুৰক্ষিত আৰু ব্যৱহাৰিকভাৱে ট্ৰেডিং কৰাত সহায় কৰিব।

    Binomo য়ে ট্ৰেডিঙত আগ্ৰহ থকা লোকসকলক এটা অনলাইন ট্ৰেডিং প্লেটফৰ্ম আগবঢ়ায়। ই আপোনাক অনলাইন ট্ৰেডিঙৰ জৰিয়তে অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰিবলৈ সামৰ্থবান কৰে। আপুনি অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত এজন অভিজ্ঞ ট্ৰেডাৰেই হওক বা নতুনেই হওক, আপুনি এই প্লেটফৰ্মত অংশগ্ৰহণ কৰিব পাৰে আৰু আপোনাৰ ঘৰৰ পৰাই আৰামত ট্ৰেডিং কৰিব পাৰে।

    গতিকে আমি Binomo.com আৰু ইয়াৰ পৰা আপুনি কেনেদৰে অতিৰিক্ত উপাৰ্জন প্ৰাপ্ত কৰিব পাৰে সেই বিষয়ে অধিক জানি লওঁ আহক।

    Binomo হৈছে এক সুৰক্ষিত ট্ৰেডিং প্লেটফৰ্ম

    Binomo ত ট্ৰেডিং কৰা অতি সুৰক্ষিত আৰু সুবিধাজনক। ই এক নিৰ্ভৰযোগ্য ট্ৰেডিং প্লেটফৰ্ম আৰু আন্তৰ্জাতিক বিত্তীয় আয়োগৰ (IFC) এটা "A" শ্ৰেণীৰ সদস্য। প্লেটফৰ্মটো Verify my Trade ৰ দ্বাৰা প্ৰমাণিত। কাৰ্য্যতঃ ই বিশ্বব্যাপী বিত্ত আৰু বজাৰত উৎকৃষ্টতাৰ বাবে 2015 FE বঁটা আৰু 2016 IAIR বঁটা লাভ কৰিছে।

    ইয়াৰ উপৰিও প্লেটফৰ্মে ব্যৱহাৰকাৰীৰ সকলো ব্যক্তিগত আৰু বিত্তীয় তথ্য এনক্ৰিপ্ট আৰু সুৰক্ষিত হোৱাটো নিশ্চিত কৰিবলৈ SSL প্ৰট'কল ব্যৱহাৰ কৰে।

    Binomo সৈতে ট্ৰেডিং শিকক

    Binomo য়ে আপোনাক ইয়াৰ ডেম' একাউণ্ট, সহায় কেন্দ্ৰ, কৌশল আৰু বিনামূলীয়া টুৰ্ণামেণ্টৰ সহায়ত বিনামূলীয়াকৈ ট্ৰেডিঙৰ খুঁটি-নাটি শিকিবলৈ সামৰ্থবান কৰে।

    আপুনি একাউণ্ট এটা সৃষ্টি কৰাৰ লগে লগে আপুনি এক খৰতকীয়া ব্যাখ্যামূলক টিউট'ৰিয়েলৰ প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰিব। এই টিউট'ৰিয়েলে আপোনাক Binomo প্লেটফৰ্মৰ মৌলিক কাৰ্যবোৰৰ সৈতে পৰিচয় কৰাব। আপুনি আপোনাৰ ট্ৰেডিঙৰ দক্ষতা বিকাশ কৰিবলৈ আৰু বিভিন্ন বিত্তীয় সঁজুলিৰ সৈতে কাম কৰাৰ দক্ষতাবোৰ শিকিবৰ বাবে ভাৰ্চুৱেল $1000 ৰ সৈতে এটা বিনামূলীয়া ডেম' একাউণ্টৰ প্ৰৱেশাধিকাৰো প্ৰাপ্ত কৰিব।

    যদি আপুনি Binomo য়ে কেনেদৰে কাম কৰে সেই বিষয়ে অধিক জানিব বিচাৰে তেনেহ'লে আপুনি হেল্প চেণ্টাৰলৈও যাব পাৰে। আপুনি FAQ, চাটবটৰ দ্বাৰা বা এজন সহায়কৰ্তা বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় তথ্য প্ৰাপ্ত কৰিব পাৰে।

    প্লেটফৰ্মটোৱে বিভিন্ন ধৰণৰ ট্ৰেডিং কৌশল প্ৰদান কৰে যিবোৰে আপোনাক আপোনাৰ ট্ৰেডৰ ফলাফল সৰ্বাধিক কৰাত সহায় কৰিব পাৰে। অৱশ্যে মনত ৰাখিব যে প্ৰতিটো ট্ৰেডত বিপদাশংকাৰ এটা উপাদান অন্তৰ্ভুক্ত থাকে আৰু আৰু প্ৰতিজন ব্যক্তিৰ বাবে কোনো ৰণনীতি সম্পূৰ্ণৰূপে কাৰ্যকৰী নহয়।

    Binomo ধন জমা আৰু উলিওৱা

    জমাৰ বাবে আপুনি Binomo প্লেটফৰ্মত কেছিয়াৰ শাখালৈ যাব লাগিব আৰু ইয়াক বেংকৰ কাৰ্ড আৰু ই-ৱালেটৰ জৰিয়তে সমাপন কৰিব পাৰি। আপোনাৰ একাউণ্টৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি নিম্নতম জমাৰ পৰিমাণ পৃথক হয়।

    একেদৰে টকা উঠোৱা কামটোও অসুবিধাহীন। আপুনি কেৱল উঠোৱা টকাৰ পৰিমাণ বাছনি কৰিব লাগিব আৰু একাউণ্টৰ প্ৰকাৰ আৰু পৰিশোধ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি টকা উঠোৱাৰ বাবে কেইঘণ্টামানৰ পৰা তিনিদিন; অথবা কেতিয়াবা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি তাতকৈ অধিক সময়ৰ প্রয়োজন হয়। জমা কৰা একেটা পদ্ধতিৰে টকা উঠোৱা কাৰ্য কৰিব লাগিব।


    সামৰণি

    Binomo হৈছে এক সুৰক্ষিত ট্ৰেডিং প্লেটফৰ্ম আৰু ই কিছু সময়ৰ পৰা বজাৰত আছে। অনেক বিশেষত্ব সমৃদ্ধ আৰু ব্যৱহাৰকাৰী-অনুকূল এই প্লেটফৰ্মে এক উত্তম মানৰ আন্তৰ্জাতিক খ্যাতি লাভ কৰিছে। কিন্তু মনত ৰাখিব ট্ৰেডিঙত সফলতা লাভ কৰিবলৈ হলে ট্ৰেডিঙৰ জ্ঞান আহৰণ কৰিবলৈ, শিকাৰ বাবে সময় উচৰ্গা কৰিবলৈ আৰু অভিজ্ঞতা প্ৰাপ্ত কৰিবলৈ প্ৰচেষ্টা কৰিব লাগিব।



    এই প্ৰবন্ধটো Binomo হৈ Studio 18- দ্বাৰা লিখা হৈছে
    First published: