• Home
  • »
  • News
  • »
  • technology
  • »
  • Assamese Language in Google translate : গুগল ট্ৰেন্সলেটত অন্তৰ্ভুক্ত হ'ল অসমীয়া ভাষা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিলে এই বাৰ্তা

Assamese Language in Google translate : গুগল ট্ৰেন্সলেটত অন্তৰ্ভুক্ত হ'ল অসমীয়া ভাষা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিলে এই বাৰ্তা

Assamese Language : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণৱালে (Sarbananda Sononwal)ও এই শুভ খবৰটো পাই আনন্দ প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াত নিজৰ আনন্দ প্ৰকাশ কৰি ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বাণীৰে অসমীয়া ভাষা জননীৰ প্ৰতি নিজৰ শ্ৰদ্ধা নিবেদন কৰিছে।

  • Share this:
আজিৰ দিনটো অসমীয়া ভাষা (Assamese Language)ৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। আজি অসমীয়া ভাষা জননীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন। আজি গুগলে (Google) ঘোষণা কৰা মতে বিশ্বৰ সৰ্বাধিক ব্যৱহৃত ছাৰ্চ ইঞ্জিনটোৰ অন্যতম সেৱা গুগল ট্ৰেন্সলেট (Google translate)ত অন্তৰ্ভুক্ত হ'ব অসমীয়া ভাষা। এই খবৰটোৱে আজি সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণৱালে (Sarbananda Sonowal)ও এই শুভ খবৰটো পাই আনন্দ প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াত নিজৰ আনন্দ প্ৰকাশ কৰি ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বাণীৰে অসমীয়া ভাষা (Assamese Language) জননীৰ প্ৰতি নিজৰ শ্ৰদ্ধা নিবেদন কৰিছে।

"ভাষা হৈছে আমাৰ পৰিচয়। আমাৰ মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত কাম কৰাটো প্ৰতিজন অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য। আহক আমি একেলগে অবিৰত ব্যৱহাৰ আৰু বিস্তাৰেৰে অসমীয়া ভাষা (Assamese Language)ক শক্তিশালী কৰোঁ।" টুইটাৰত এইবুলি লিখিছে মন্ত্ৰীগৰাকীয়ে।

এই মহান কৰ্মৰ বাবে গুগল (Google) কৰ্তৃপক্ষকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে সৰ্বানন্দ সোণোৱালে।
Published by:Manjumoni Borah
First published: