
কোটি কোটি ফোন ব্যৱহাৰকাৰীয়ে লাভ কৰিব এই সেৱা। য’ত ব্যৱহাৰকাৰীয়ে নেটৱৰ্ক নোহোৱাকৈয়ে পাৰিব ফোন কৰিব!
কোটি কোটি ফোন ব্যৱহাৰকাৰীয়ে লাভ কৰিব এই সেৱা। য’ত ব্যৱহাৰকাৰীয়ে নেটৱৰ্ক নোহোৱাকৈয়ে পাৰিব ফোন কৰিব!
ভাৰতত এতিয়া এনে এক সেৱাৰ প্ৰৱৰ্তন কৰা হ’ব, য’ত Wifi ৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ফোন কৰিব পাৰিব। AIRTEL এ নিজৰ গ্ৰাহকসকলৰ বাবে আনিছে এই সুখবৰ য’ত cellular network নথকাকৈও ফোন কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ET টেলিকম ত প্ৰকাশ পোৱা খবৰ অনুসৰি ভাৰতীৰ বিভিন্ন টাইত এয়াৰটেলে Voice over Wi Fi (VoWo-Fi) টেষ্ট কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ডিচেম্বৰ মাহৰ পৰা এয়াৰটেলে গ্ৰাহকক প্ৰদান কৰিব এই সুবিধা।
লগতে পঢ়ক–
TikTok ত মুছলমান যুৱতীৰ বিশেষ মন্তব্য,একাউণ্ট বন্ধ কৰি দিলে TikTokএ, কি কৈছিল যুৱতীগৰাকীয়ে?কোৱা হৈছে যে, এয়াৰটেলৰ এই VoWi-Fi সেৱা প্ৰথম অৱস্থাত amsung Galaxy Note 10+ ৰ দৰে ফ্লেগফিপ ফোনত উপলব্ধ হ’ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|