মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »WPL 2023 : মুম্বাই ইণ্ডিয়ানছৰ জয়ৰ পিছতে মঙলদৈৰ জিণ্টিমণি কলিতাৰ ঘৰত আনন্দৰ লহৰ

WPL 2023 : মুম্বাই ইণ্ডিয়ানছৰ জয়ৰ পিছতে মঙলদৈৰ জিণ্টিমণি কলিতাৰ ঘৰত আনন্দৰ লহৰ

Women's Premier League (WPL) 2023ৰ ফাইনেল অনুষ্ঠিত হৈছিল মুম্বাইত। ফাইনেলত দেলহী কেপিটেলছৰ বিৰুদ্ধে ৭ উইকেটত জয়ী হয় মুম্বাই ইণ্ডিয়ানছ।

  • Share this:
মঙলদৈৰ জিণ্টিমণি কলিতাৰ (Cricketer JintiMoni Kalita) বাসগৃহত আনন্দৰ লগৰ। WPLৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দল জয়ী হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিল মঙলদৈবাসী। মঙলদৈত দেখা গ’ল আবতৰীয়া দীপাৱালী।

মুম্বাই ইণ্ডিয়ানছ দলে প্ৰথমখন WPLত জয়লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে জিণ্টিমণি কলিতাৰ পৰিয়াল লগতে মঙলদৈবাসী। জিণ্টিমণিৰ বাসগৃহত আবতৰীয়া দীপাৱালীৰ পৰিৱেশ দেখিবলৈ পোৱা গ’ল। ফটকা ফুটাই আনন্দ–ফূৰ্তি কৰিলে আত্মীয়–স্বজনে। মঙলদৈ ষ্টেডিয়ামত একেলগে খেল উপভোগ কৰা দৰ্শকৰ মাজতো দেখা গ’ল আনন্দৰ লহৰ।

উল্লেখযোগ্য যে Women's Premier League (WPL) 2023ৰ ফাইনেল অনুষ্ঠিত হৈছিল মুম্বাইত। ফাইনেলত দেলহী কেপিটেলছৰ বিৰুদ্ধে ৭ উইকেটত জয়ী হয় মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি দেলহী কেপিটেলছে ১৩২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। মুম্বাই ইণ্ডিয়ানছ দলে ৩টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩৪ ৰান।

শেহতীয়া বাতৰি