உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Virat Kohli Resigns as Test Captain: টেষ্ট দলৰ অধিনায়কত্ব এৰিলে বিৰাট কোহলিয়ে, প্ৰকাশ কৰিলে ধোনিৰ প্ৰতি কৃতজ্ঞতা

    Virat Kohli Resigns as Test Captain: টেষ্ট দলৰ অধিনায়কত্ব এৰিলে বিৰাট কোহলিয়ে, প্ৰকাশ কৰিলে ধোনিৰ প্ৰতি কৃতজ্ঞতা

    দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাটো ২-১ গ'লত পৰাজিত হোৱাৰ পিছতে প্ৰকাশ কৰে এই সিদ্ধান্ত

    দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাটো ২-১ গ'লত পৰাজিত হোৱাৰ পিছতে প্ৰকাশ কৰে এই সিদ্ধান্ত

    দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাটো ২-১ গ'লত পৰাজিত হোৱাৰ পিছতে প্ৰকাশ কৰে এই সিদ্ধান্ত

    • Share this:
    টি-২০ এদিনীয়াৰ পিছত বিৰাট কোহলীয়ে (Virat Kohli Resigns as Test Captain) ভাৰতৰ টেষ্ট দলৰ অধিনায়কত্বৰ পৰাও পদত্যাগ কৰিছে৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাটো ২-১ৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছত ছ'চিয়েল মিডিয়াত পোষ্ট কৰি বিৰাটে অধিনায়কত্ব ত্যাগ কৰাৰ ইংগিত দিয়ে৷ তেওঁ টুইট কৰাৰ কিছু সময় পিছতে বিচিচিআয়ে বিৰাট কোহলিয়ে অধিনায়কত্ব ত্যাগ কৰাটো নিশ্চিত কৰে৷





    বিৰাটে ইতিমধ্যে টি-২০ ৰ অধিনায়কত্ব ত্যাগ কৰিছে৷ তেওঁক বিচিচিআয়ে এদিনীয়া ক্ৰিকেট খেলৰ অধিনায়কত্বৰ পৰাও আঁতৰাই দিছিল৷ আজিৰ দিনটোত টেষ্ট অধিনায়কত্বৰ পৰা প্ৰস্থানৰ পিছত টেষ্ট অধিনায়ক হিচাপে তেওঁৰ অৱদানৰ বাবে বিচিচিআয়ে বিৰাটক ধন্যবাদ জনায়৷

    উল্লেখ্য, বিৰাতে সাত বছৰ দায়িত্বত থকাৰ পিছত টেষ্ট দলৰ অধিনায়কত্ব ত্যাগ কৰে, তেওঁ ভাৰতক ৬৮খন টেষ্টত ৪০ বাৰ জয় কৰাইছে। বিৰাটে তেওঁৰ বিদায় বাৰ্তাত প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ কথাও উল্লেখ কৰে৷
    Published by:Gautam Barman
    First published: