• Home
  • »
  • News
  • »
  • sports
  • »
  • Virat Kohli 100th Test: শততম টেষ্টত বিৰাট কোহলীয়ে সম্পূৰ্ণ কৰিলে ৮ হাজাৰ ৰাণ, আধৰুৱা হৈ ৰ'ল অৰ্ধশতকৰ আশা ...

Virat Kohli 100th Test: শততম টেষ্টত বিৰাট কোহলীয়ে সম্পূৰ্ণ কৰিলে ৮ হাজাৰ ৰাণ, আধৰুৱা হৈ ৰ'ল অৰ্ধশতকৰ আশা ...

বিৰাট কোহলীৰ ঐতিহাসিক ১০০ তম টেষ্ট মেচত (Virat Kohli 100th test) ভাৰতীয় অনুৰাগীসকলে আশা কৰিছিল আঢ়ৈ বছৰীয়া অপেক্ষাৰ অন্ত পৰিব বুলি ৷ ভাৰত আৰু শ্ৰীলংকাৰ (Ind vs SL) মাজত প্ৰথম ইনিংছত কোহলী (Virat Kohli) ৪৫ ৰাণ কৰি আউট হয়৷

  • Share this:
বিৰাট কোহলীৰ ঐতিহাসিক ১০০ তম টেষ্ট মেচত (Virat Kohli 100th test) ভাৰতীয় অনুৰাগীসকলে আশা কৰিছিল আঢ়ৈ বছৰীয়া অপেক্ষাৰ অন্ত পৰিব বুলি ৷ কিন্তু ম'হালি খেলপথাৰতো সেই আশা পূৰণ নহ'ল৷ ভাৰত আৰু শ্ৰীলংকাৰ (Ind vs SL) মাজত প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত অৰ্ধশতকৰ পৰা পাঁচ ৰাণ দূৰত বিৰাট কোহলী (Virat Kohli) ৪৫ ৰাণ কৰি আউট হয়৷

বিৰাট কোহলীৰ ইনিংছত পাঁচটা চাৰিৰে ৭৬ টা বলত ৪৫ ৰাণ কৰে৷ অৱশ্যে বিৰাট কোহলীৰ ১০০ তম টেষ্ট মেচত এয়া ইমান ডাঙৰ স্ক'ৰ নাছিল, কিন্তু আজি টেষ্ট মেচখনত তেওঁ ৮০০০ ৰাণৰ মাইলৰ খুঁটি অতিক্ৰম কৰে৷

বিৰাট কোহলীৰ ১০০ সংখ্যক টেষ্ট মেচত এই খেল আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীক প্ৰশংসা কৰিছে বিচিচিআই-এ৷ ৰাহুল দ্ৰাবিড়ে বিশেষ ১০০ তম টেষ্টৰ বাবে কেপ অৰ্পণ কৰিছে৷ ৰাহুল দ্ৰাবিড়েও সন্মান প্ৰদান কৰি বিৰাটৰ পথৰ প্ৰশংসা কৰিছে৷ ইফালে, তেওঁৰ সাফল্যৰ বাবে পত্নীক কৃতিত্ব প্ৰদান কৰে বিৰাট কোহলীয়ে ৷
Published by:Kokil Sarma
First published: