IPL Auction 2022|Rahul Tewatia: আনকেপড খেলুৱৈ হৈও বহু কেপড খেলুৱৈতকৈ অধিক দামত নিলাম হ'ল ৰাহুল তেৱতিয়া।
IPL Auction 2022|Rahul Tewatia: আনকেপড খেলুৱৈ হৈও বহু কেপড খেলুৱৈতকৈ অধিক দামত নিলাম হ'ল ৰাহুল তেৱতিয়া।
মাত্ৰ ৪০ লাখৰ বেছ প্ৰাইচৰ পৰা ৯ কোটি টকাত বিক্ৰী হ'ল ৰাহুল তেৱতিয়া। আজি IPL Auction 2022ত ৰাহুলক এই অভিলেখ দামত ক্ৰয় কৰে নতুন দল গুজৰাট টাইটানছে।
ৰাহুলৰ বাবে গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিিয়ানছৰ মাজত চলিছিল চনা-আঁজোৰা।
যোৱা বৰ্ষত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ৰাহুলে। আনকেপড খেলুৱৈ হৈও বহু কেপড খেলুৱৈতকৈ অধিক দামত নিলাম হ'ল ৰাহুল তেৱতিয়া।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|