உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL Auction 2022|Rahul Tewatia: ৪০ লাখৰ পৰা ৯ কোটিলৈ হিমালয় লংঘী জাঁপ ৰাহুল তেৱাতিয়াৰ, নিলামত ৯ কোটিত বিক্ৰী

    IPL Auction 2022|Rahul Tewatia: ৪০ লাখৰ পৰা ৯ কোটিলৈ হিমালয় লংঘী জাঁপ ৰাহুল তেৱাতিয়াৰ, নিলামত ৯ কোটিত বিক্ৰী

    IPL Auction 2022|Rahul Tewatia: আনকেপড খেলুৱৈ হৈও বহু কেপড খেলুৱৈতকৈ অধিক দামত নিলাম হ'ল ৰাহুল তেৱতিয়া।

    • Share this:
    মাত্ৰ ৪০ লাখৰ বেছ প্ৰাইচৰ পৰা ৯ কোটি টকাত বিক্ৰী হ'ল ৰাহুল তেৱতিয়া। আজি IPL Auction 2022ত ৰাহুলক এই অভিলেখ দামত ক্ৰয় কৰে নতুন দল গুজৰাট টাইটানছে।

    ৰাহুলৰ বাবে গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিিয়ানছৰ মাজত চলিছিল চনা-আঁজোৰা।

    যোৱা বৰ্ষত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ৰাহুলে। আনকেপড খেলুৱৈ হৈও বহু কেপড খেলুৱৈতকৈ অধিক দামত নিলাম হ'ল ৰাহুল তেৱতিয়া।
    Published by:Manjumoni Borah
    First published: