T20 বিশ্বকাপৰ দ্বিতীয় মেচতো জয়ী ভাৰত, ৫৬ ৰানত পৰাস্ত কৰিলে নেডাৰলেণ্ডক। ১৮০ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি নেডাৰলেণ্ডে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৩ ৰানহে সংগ্ৰহ কৰে।

প্ৰথমে বেট ধৰি ভাৰতে বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱৰ অৰ্ধশতকৰ সহায়ত ২ উইকেটত ১৭৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতৰ তীক্ষ্ণ বলিঙৰ সন্মুখত নেডাৰলেণ্ডে ১২৩ ৰানহে কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ ভূৱনেশ্বৰ কুমাৰ, অক্ষৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন আৰু আৰ্শ্বদীপ সিঙে দুটাকৈ উইকেট দখল কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|