• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL 2022: আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ চুপাৰ জায়েন্টছ ! চেন্নাইক পৰাস্ত কৰি আত্মবিশ্বাসী লক্ষ্ণৌৰ বিৰুদ্ধে প্ৰথম জয়ৰ চেষ্টা চলাব হায়দৰাবাদে ...

IPL 2022: আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ চুপাৰ জায়েন্টছ ! চেন্নাইক পৰাস্ত কৰি আত্মবিশ্বাসী লক্ষ্ণৌৰ বিৰুদ্ধে প্ৰথম জয়ৰ চেষ্টা চলাব হায়দৰাবাদে ...

আই পি এলৰ এই বছৰৰ সংস্কৰণৰ দ্বাদশখন খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ (SRH) আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ (LSG) মুখামুখি হ'ব। খেলখন আজি মুম্বাইৰ ডি ৱাই পাটিল ক্ৰীড়া একাডেমীত সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব।

  • Share this:
আই পি এলৰ এই বছৰৰ সংস্কৰণৰ দ্বাদশখন খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ (SRH) আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ (LSG) মুখামুখি হ'ব। খেলখন আজি মুম্বাইৰ ডি ৱাই পাটিল ক্ৰীড়া একাডেমীত সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। এই খেলখনত কোনটো দলে বিজয়ৰ হাঁহি মাৰিব - উইলিয়ামছৰ নেতৃত্বত হায়দৰাবাদ নে লোকেশ ৰাহুলৰ লক্ষ্ণৌ?

দুয়োটা দলৰ কোনটো স্থিতিত আছে চাওঁ আহক। পইণ্ট তালিকালৈ চাই, হায়দৰাবাদ তলত আছে। দলটো প্ৰথম খন খেলত ৬১ ৰাণৰ বৃহৎ ব্যৱধানত ৰাজস্থান ৰয়েলছৰ হাতত পৰাজিত হৈছিল। আনহাতে, প্ৰথমখন মেচত গুজৰাট টাইটানছৰ হাতত ৫ উইকেটত পৰাজিত হোৱা লক্ষ্ণৌৱে ডিফেণ্ডিং চেম্পিয়ন চেন্নাই চুপাৰ কিংছক পৰাস্ত কৰি মনোবল বৃ্দ্ধি কৰিছে।
Published by:Kokil Sarma
First published: