• Home
  • »
  • News
  • »
  • sports
  • »
  • বিজয়ৰ আনন্দ! আৰ্জেণ্টিনাক পৰাস্ত কৰা ছৌদি আৰব দলৰ প্ৰতিজন খেলুৱৈয়ে উপহাৰ হিচাপে পাব ৰ’লছ ৰচেয়

বিজয়ৰ আনন্দ! আৰ্জেণ্টিনাক পৰাস্ত কৰা ছৌদি আৰব দলৰ প্ৰতিজন খেলুৱৈয়ে উপহাৰ হিচাপে পাব ৰ’লছ ৰচেয়

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এতিয়া ছৌদি আৰবৰ ফুটবল দলৰ প্ৰতিজন খেলুৱৈক চৰকাৰে উপহাৰ দিব একোখনকৈ ৰ’লছ ৰয়েচ গাড়ী।

  • Share this:
ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত ছৌদি আৰবত এতিয়া উৎসৱৰ বন্যা। বিজয়ৰ দিনাৰ পৰা এতিয়াও ছৌদি আৰববাসীয়ে পালন কৰি আছে আনন্দ উৎসৱ। বুধবাৰে এদিনৰ বাবে স্থানীয় বন্ধও ঘোষণা কৰা হয়। কিন্তু এইবাৰ আন এক খবৰ চৰ্চালৈ আহিছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এতিয়া ছৌদি আৰবৰ ফুটবল দলৰ প্ৰতিজন খেলুৱৈক চৰকাৰে উপহাৰ দিব একোখনকৈ ৰ’লছ ৰয়েচ গাড়ী। এই ঘোষণা কৰিছে ছৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন চালাম আল ছৌদে।

খবৰ অনুসৰি, মহম্মদ বিন চালাম আল ছাউদে ঘোষণা কৰা মতে, সকলো খেলুৱৈক ৰ’লছ ৰয়েচ ফেণ্টম গাড়ী একোখনকৈ উপহাৰ দিয়া হ’ব। উল্লেখযোগ্য যে আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত কৰিছিল ছৌদি আৰৱৰ দলটোৱে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি