ICC Rankings: ৰোহিত শৰ্মাই ICC ৰেংকিঙত তৃতীয় স্থান দখল কৰিছে, ব্যৱধান হ্ৰাস হৈছে বিৰাট কোহলীৰ সৈতেও ...
ICC Rankings: ৰোহিত শৰ্মাই ICC ৰেংকিঙত তৃতীয় স্থান দখল কৰিছে, ব্যৱধান হ্ৰাস হৈছে বিৰাট কোহলীৰ সৈতেও ...
বিৰাট-ৰোহিত
ভাৰতৰ নতুন অধিনায়ক ৰোহিত শৰ্মাই (Rohit Sharma) বুধবাৰে প্ৰকাশিত শেহতীয়া আইচিচি এদিনীয়া ৰেংকিঙৰ (One day international ranking) বেটছমেনৰ তালিকাত তৃতীয় স্থানত আছে।শক্তিশালী বেটছমেন বিৰাট কোহলীয়ে ৰেংকিঙত দ্বিতীয় স্থান বজাই ৰাখিছে।