চেন্নাই চুপাৰ কিংছৰ বেটছমেন অম্বাতি ৰায়ডুৱে এটা টুইটযোগে ঘোষণা কৰিছিল যে তেওঁ এই আই পি এল ছিজনৰ পিছত প্ৰতিযোগিতাখনৰ পৰা অৱসৰ ল'ব।
কিন্তু দুঘণ্টাৰ ভিতৰতে, তেওঁ তেওঁৰ বক্তব্যৰ পৰা আঁতৰি যায় আৰু অৱসৰৰ বিষয়ে তেওঁ যি টুইট কৰিছিল সেয়া বিলোপ কৰে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কিয় ৰায়াডুৱে অৱসৰৰ বিষয়ে টুইট কৰিছিল আৰু তাৰ পিছত ইয়াক বিলোপ কৰিছিল। চেন্নাই চুপাৰ কিংছৰ ভিতৰত সকলো ভালদৰে চলি থকা নাই নেকি? নে ৰায়ডুৱে কেৰিয়াৰৰ কথা নতুনকৈ চিন্তা কৰিছে!
Published by: Kokil Sarma
FIRST PUBLISHED : May 14, 2022, 14:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।