உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL: ২ ঘণ্টাৰ ভিতৰত অৱসৰৰ সিদ্ধান্তৰ ওপৰত U Turn অম্বাতি ৰায়ডুৰ ! ডিলিট কৰিলে টুইট ...

    IPL: ২ ঘণ্টাৰ ভিতৰত অৱসৰৰ সিদ্ধান্তৰ ওপৰত U Turn অম্বাতি ৰায়ডুৰ ! ডিলিট কৰিলে টুইট ...

    CSKৰ বেটছমেন অম্বাতি ৰায়ডুৱে এটা টুইটযোগে ঘোষণা কৰিছিল যে তেওঁ এই IPL ছিজনৰ পিছত প্ৰতিযোগিতাখনৰ পৰা অৱসৰ ল'ব। কিন্তু দুঘণ্টাৰ ভিতৰতে অৱসৰৰ বিষয়ে তেওঁ যি টুইট কৰিছিল সেয়া বিলোপ কৰে।

    • Share this:
    চেন্নাই চুপাৰ কিংছৰ বেটছমেন অম্বাতি ৰায়ডুৱে এটা টুইটযোগে ঘোষণা কৰিছিল যে তেওঁ এই আই পি এল ছিজনৰ পিছত প্ৰতিযোগিতাখনৰ পৰা অৱসৰ ল'ব।

    কিন্তু দুঘণ্টাৰ ভিতৰতে, তেওঁ তেওঁৰ বক্তব্যৰ পৰা আঁতৰি যায় আৰু অৱসৰৰ বিষয়ে তেওঁ যি টুইট কৰিছিল সেয়া বিলোপ কৰে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কিয় ৰায়াডুৱে অৱসৰৰ বিষয়ে টুইট কৰিছিল আৰু তাৰ পিছত ইয়াক বিলোপ কৰিছিল। চেন্নাই চুপাৰ কিংছৰ ভিতৰত সকলো ভালদৰে চলি থকা নাই নেকি? নে ৰায়ডুৱে কেৰিয়াৰৰ কথা নতুনকৈ চিন্তা কৰিছে!
    Published by:Kokil Sarma
    First published: