মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IPL 2022: ৰিয়ানৰ বিস্ফোৰক অৰ্ধশতকেৰে ষষ্ঠ বিজয় ৰাজস্থান ৰয়েলছৰ, পইণ্ট তালিকাৰ শীৰ্ষত RR ...

IPL 2022: ৰিয়ানৰ বিস্ফোৰক অৰ্ধশতকেৰে ষষ্ঠ বিজয় ৰাজস্থান ৰয়েলছৰ, পইণ্ট তালিকাৰ শীৰ্ষত RR ...

File Photo

File Photo

IPL 2022ত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RRvsRCB)। খেলখনত প্ৰথমে বেট ধৰি ৰিয়ান পৰাগৰ অনবদ্য অৰ্ধশতকৰ সহায়ত ৰাজস্থানে ৮ উইকেট হেৰুৱাই ১৪৪ ৰান সংগ্ৰহ কৰিছিল। 

  • Share this:
IPL 2022ত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RRvsRCB)। খেলখনত প্ৰথমে বেট ধৰি ৰিয়ান পৰাগৰ অনবদ্য অৰ্ধশতকৰ সহায়ত ৰাজস্থানে ৮ উইকেট হেৰুৱাই ১৪৪ ৰান সংগ্ৰহ কৰিছিল।

প্ৰত্যুত্তৰত ১৪৫ ৰানৰ বিজয় লক্ষ্য আগত লৈ বেংগালুৰুৱে প্ৰথমে কোহলীৰ উইকেট হেৰুৱাই এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাবলৈ লয়। ৰাজস্থানৰ বলিঙৰ সন্মুখত RCBৰ কোনো এজন বেটছমেন তিষ্ঠিব নোৱাৰিলে আৰু দলটো অন্তিম অভাৰত ১১৫ ৰানত অলআউট হয়। ৰাজস্থানৰ কুলদীপ সেনে ৪টা, অশ্বিনে ৩টা আৰু প্ৰসিদ্ধা কৃষ্ণাই ২টা উইকেট দখল কৰে।

শেহতীয়া বাতৰি