• Home
  • »
  • News
  • »
  • sports
  • »
  • Qatar World Cup 2022 : মেছি বনাম লেওয়ানডস্কি, ৰোনাল্ডোৰ সন্মুখত চুয়াৰেজ, চাওঁ আহক বিশ্বকাপ গ্ৰুপ !

Qatar World Cup 2022 : মেছি বনাম লেওয়ানডস্কি, ৰোনাল্ডোৰ সন্মুখত চুয়াৰেজ, চাওঁ আহক বিশ্বকাপ গ্ৰুপ !

Qatar World Cup 2022 : বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত (FIFA WORLD CUP 2022) কোনটো দলে কোনটো দলৰ লগত খেলিব তাৰ ৰূপৰেখা শুক্ৰবাৰে চূড়ান্ত কৰা হয় ৷ ফিফা বিশ্বকাপ ২০২২ (FIFA WORLD CUP 2022) ত মুঠ ৩২ টা দলে খেলিব ৷

  • Share this:
বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত (FIFA WORLD CUP 2022) কোনটো দলে কোনটো দলৰ লগত খেলিব তাৰ ৰূপৰেখা শুক্ৰবাৰে চূড়ান্ত কৰা হয় ৷ ফিফা বিশ্বকাপ ২০২২ (FIFA WORLD CUP 2022) ত মুঠ ৩২ টা দলে খেলিব ৷ বিশ্বকাপ নৱেম্বৰত কাটাৰত অনুষ্ঠিত হ'ব ৷ শুকুৰবাৰে নিশা ২৯ টা দলে নিজৰ গ্ৰুপ লাভ কৰে ৷ আৰু তিনিটা দল খালী হৈ আছে যত প্লে অফ খেলি তিনিটা দল কাটাৰ বিশ্বকাপৰ মূলপৰ্বৰ টিকট তৈয়াৰ কৰি লব ।
গ্ৰুপ এ (A) ৰ পৰা এইচলৈ(H) ৩২ টা দলক ৮ টা গোটত বিভক্ত কৰা হৈছে ।

গ্ৰুপ এ (Group A) : কাটাৰ (Qatar) , ইকুৱেডৰ (Ecuador), ছেনেগাল (Senegal) , নেডাৰলেণ্ড (Nederlands)
গ্ৰুপ বি (Group B) : ইংলেণ্ড (England) , ইৰাণ (Iran), আমেৰিকা (USA) , ৱেলছ/স্কটলেণ্ড/ইউক্ৰেইন (Wales/Scotland/Ukraine)
গ্ৰুপ চি (Group C) : আৰ্জেণ্টিনা (Argentina) , চৌদি আৰৱ (Saudi Arabia) , মেক্সিকো (Mexico), পোলেণ্ড (Poland)
গ্ৰুপ ডি (Group D) : ফ্ৰান্স (France), পেৰু/অষ্ট্ৰেলিয়া/সংযুক্ত আৰৱ আমিৰাত (Peru/Australia/UAE), ডেনমাৰ্ক (Denmark), টিউনিচিয়া (Tunisia)
গ্ৰুপ ই (Group E): স্পেইন (Spain), কোষ্টা ৰিকা/নিউজিলেণ্ড (Costa Rica/New Zealand), জাৰ্মানী (Germany), জাপান (Japan)
গ্ৰুপ এফ (Group F) : বেলজিয়াম (Belgium), কানাডা (Canada), মৰক্কো (Morocco), ক্ৰোৱেছিয়া (Croatia)
গ্ৰুপ জি (Group G) : ব্ৰাজিল (Brazil), চাইবেৰিয়া (Serbia), চুইজাৰলেণ্ড (Switzerland), কেমেৰুন (Cameroon)
গ্ৰুপ এইচ ( Group H) : পৰ্তুগাল (Portugal), ঘানা (Ghana), উৰুগুৱে (Uruguay), দক্ষিণ কোৰিয়া (South Korea)
ইফালে গ্ৰুপ ডিভিজনত স্পেইন আৰু জাৰ্মানীত হেভিৱেটৰ মাত্ৰ এটা গোট আছে ৷ আনহাতে লিঅ'নেল মেছিৰ গোটটোত ৰৈছে লেওয়ানডস্কিৰ পোলেণ্ড৷ অৰ্থাৎ গ্ৰুপ পৰ্যায়ত চুয়াৰেজ আৰু ৰোনাল্ডো মুখামুখি হ'ব৷ ব্ৰাজিলৰ গ্ৰুপত চাইবেৰিয়া, কেমেৰুন আৰু চুইজাৰলেণ্ডে মুখামুখি হ'ব ৷
Published by:Kokil Sarma
First published: