• Home
  • »
  • News
  • »
  • sports
  • »
  • Pranita Chutia : কাৰাগাৰৰ পৰা ওলায়েই নেহৰু ষ্টেডিয়ামত Wushu খেলুৱৈ প্ৰণিতা চুতীয়া

Pranita Chutia : কাৰাগাৰৰ পৰা ওলায়েই নেহৰু ষ্টেডিয়ামত Wushu খেলুৱৈ প্ৰণিতা চুতীয়া

ফেচবুকত কমেণ্ট কৰাৰ বাবে কাৰাবাস খাটিবলগীয়া হোৱা প্ৰণিতা চুতীয়াই সম্প্ৰতি উভতি আহিছে নিজৰ ছন্দত।

ফেচবুকত কমেণ্ট কৰাৰ বাবে কাৰাবাস খাটিবলগীয়া হোৱা প্ৰণিতা চুতীয়াই সম্প্ৰতি উভতি আহিছে নিজৰ ছন্দত।

ফেচবুকত কমেণ্ট কৰাৰ বাবে কাৰাবাস খাটিবলগীয়া হোৱা প্ৰণিতা চুতীয়াই সম্প্ৰতি উভতি আহিছে নিজৰ ছন্দত।

  • Share this:
ফেচবুকত কমেণ্ট কৰাৰ বাবে কাৰাবাস খাটিবলগীয়া হোৱা প্ৰণিতা চুতীয়াই সম্প্ৰতি উভতি আহিছে নিজৰ ছন্দত।

কাৰাগাৰৰ পৰা ওলায়েই নেহৰু ষ্টেডিয়ামত ছিনিয়ৰ উশ্বু চেম্পিয়নছিপত অংশগ্ৰহণ কৰে প্ৰণিতাই।  এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচন কৰা হ'ব ৰাজ্যিক WUSHU দলটো।  খেলৰ বাবে অনুশীলন কৰাটো সম্ভৱ হোৱা নাছিল যদিও প্ৰণিতা আশাবাদী।

উল্লেখ্য,  ফেচবুকত আলফা (স্বাধীন)-ৰ সম্পৰ্কত দিয়া এটা পোষ্টত আপত্তিজনক মন্তব্য কৰাৰ পিছতেই বিগত ডেৰ মাহে শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল প্ৰণিতা চুতীয়া৷  ২০১৫ বৰ্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জড়িত প্ৰণিতাই ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷
Published by:Gautam Barman
First published: