মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »অসম ৰঞ্জী দলৰ বেটিং কনচালটেন্টৰ দায়িত্ব ললে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবীণ আম্বৰে

অসম ৰঞ্জী দলৰ বেটিং কনচালটেন্টৰ দায়িত্ব ললে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবীণ আম্বৰে

উল্লেখযোগ্য যে দলটোৰ মুখ্য প্ৰশিক্ষক হল টীম ইণ্ডিয়াৰে প্ৰাক্তন উইকেট কীপাৰ বেটছমেন অজয় ৰাট্ৰা

উল্লেখযোগ্য যে দলটোৰ মুখ্য প্ৰশিক্ষক হল টীম ইণ্ডিয়াৰে প্ৰাক্তন উইকেট কীপাৰ বেটছমেন অজয় ৰাট্ৰা

উল্লেখযোগ্য যে দলটোৰ মুখ্য প্ৰশিক্ষক হল টীম ইণ্ডিয়াৰে প্ৰাক্তন উইকেট কীপাৰ বেটছমেন অজয় ৰাট্ৰা

  • Share this:
    বিপুল বৰ্মন : অসমৰ ছিনিয়ৰ ক্ৰিকেট দলৰ বেটিং কনচালটেন্টৰ দায়িত্ব গ্ৰহণ কৰিছে টীম ইন্ডিয়াৰ প্ৰাক্তন বেটছমেন প্ৰবীণ আম্বৰে। মুম্বাইৰ বিচিচিআইৰ মুষ্টাক আলী টি-২০ ক্ৰিকেটত ব্যস্ত থকা অসমৰ ছিনিয়ৰ দলটোৰ সৈতে বৃহস্পতিবাৰে যোগ দিছে প্ৰবীণ আম্বৰে। আম্বৰে ১৯৯১ চনৰ পৰা ১৯৯৯ চনলৈ ১১ খন টেষ্ট আৰু ৩৭ খন এদিনীয়াত অংশ লৈছিল।

    উল্লেখযোগ্য যে দলটোৰ মুখ্য প্ৰশিক্ষক হল টীম ইণ্ডিয়াৰে প্ৰাক্তন উইকেট কীপাৰ বেটছমেন অজয় ৰাট্ৰা। ইফালে বিচিচিআইৰ নৱ নিৰ্বাচিত গৱৰ্ণি কাউন্সিলে গুৱাহাটীক আই পিএলৰ দায়িত্ব অৰ্পণ কৰাত আনন্দিত অসম ক্ৰিকেট সন্থা। আই পি এলৰ প্ৰস্তুতিৰ সমান্তৰালভাৱে অসম ক্ৰিকেটে গুৰুত্ব দিছে ৫ জানুৱাৰীৰ ভাৰত বনাম শ্ৰীলংকাৰ মাজৰ আই চি চি টি-২০ আন্ত:ৰাষ্ট্ৰীয় খেলৰ সফল আয়োজনৰ ওপৰত।

    শেহতীয়া বাতৰি