• Home
  • »
  • News
  • »
  • sports
  • »
  • Amlan Borgohain : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই অসম সন্তানে দৌৰত ৰাষ্ট্ৰীয় অভিলেখ স্থাপনৰ লগতে লাভ কৰিলে সোণৰ পদক

Amlan Borgohain : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই অসম সন্তানে দৌৰত ৰাষ্ট্ৰীয় অভিলেখ স্থাপনৰ লগতে লাভ কৰিলে সোণৰ পদক

১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰিছে অসম সন্তান অম্লান বৰগোহাঁয়ে

  • Share this:
আজি হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ জন্মদিন আৰু ইয়াৰ সোঁৱৰণত পালন কৰি অহা "ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস"। এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই অসমলৈ সুখবৰ কঢ়িয়াই আনিছে অসমৰ এথলীটে অম্লান বৰগোহাঁয়ে (Amlan Borgohain)।

সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত অনুষ্ঠিত ৮৭তম সৰ্বভাৰতীয় ৰে'লৱে এথলেটিকচ প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰিছে অসম সন্তান অম্লান বৰগোহাঁয়ে।

উল্লেখযোগ্য যে অম্লান বৰগোহাঁয়ে ইতিমধ্যে আগন্তুক এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অম্লান বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন কৰে অসম এথলেটিক সন্থাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি