মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »T20 World Cup 2022: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিউজিলেণ্ডৰ ঐতিহাসিক জয়লাভ; ৮৯ ৰাণত পৰাস্ত কৰিলে কেংগেৰু বাহিনীক

T20 World Cup 2022: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিউজিলেণ্ডৰ ঐতিহাসিক জয়লাভ; ৮৯ ৰাণত পৰাস্ত কৰিলে কেংগেৰু বাহিনীক

২০১১ চনৰ পিছত অষ্ট্ৰেলিয়াৰ মাটিতে অষ্ট্ৰেলিয়াৰ বিপক্ষে নিউজিলেণ্ডৰ প্ৰথমটো ঐতিহাসিক জয়

২০১১ চনৰ পিছত অষ্ট্ৰেলিয়াৰ মাটিতে অষ্ট্ৰেলিয়াৰ বিপক্ষে নিউজিলেণ্ডৰ প্ৰথমটো ঐতিহাসিক জয়

নিউজিলেণ্ডে বলিঙতো চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায় আৰু অষ্ট্ৰেলিয়াক ১৭.১ অভাৰত মাত্ৰ ১১১ ৰাণ সংগ্ৰহ কৰোতেই আউট কৰে

  • Share this:
শনিবাৰে নিউজিলেণ্ডে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৮৯ ৰাণত পৰাস্ত কৰি অপ্ৰতিৰোধ্য প্ৰদৰ্শনৰে টি-২০ বিশ্বকাপ অভিযান আৰম্ভ কৰে। ডেভন কনৱেই ৫৮ টা বলত অপৰাজিত ৯২ ৰাণ সংগ্ৰহ কৰাৰ লগতে নিউজিলেণ্ডে তিনি উইকেটত মুঠ ২০০ ৰাণ সংগ্ৰহ কৰে।


ইয়াৰ পিছত নিউজিলেণ্ডে বলিঙতো চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায় আৰু অষ্ট্ৰেলিয়াক ১৭.১ অভাৰত মাত্ৰ ১১১ ৰাণ সংগ্ৰহ কৰোতেই আউট কৰে। নিউজিলেণ্ডৰ খেলুৱৈ টীম চাউথী (৩/৬) আৰু মিচেল ছাণ্টনাৰে (৩/৩১) তিনিটাকৈ উইকেট দখল কৰে।

শেহতীয়া বাতৰি