Mumbai Indians Auction 2022: পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians) আই পি এলৰ মেগা নিলামৰ পূৰ্বে চাৰিজন খেলুৱৈক ধৰি ৰাখিছিল। তেওঁলোকে যোৱা বছৰ ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ আৰু কাইৰন প'লাৰ্ডক ধৰি ৰাখিছিল আৰু নিয়ম অনুসৰি বাকীখিনি মুকলি কৰিছিল।

পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians) আই পি এলৰ মেগা নিলামৰ পূৰ্বে চাৰিজন খেলুৱৈক ধৰি ৰাখিছিল। তেওঁলোকে যোৱা বছৰ ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ আৰু কাইৰন প'লাৰ্ডক ধৰি ৰাখিছিল আৰু নিয়ম অনুসৰি বাকীখিনি মুকলি কৰিছিল।
তেওঁলোকৰ মুঠ ৯০ কোটি টকাৰ পাৰ্চৰ পৰা, MIয়ে চাৰিজন তাৰকাৰ সেৱা বজাই ৰখাৰ বাবে ৪২ কোটি টকা ব্যয় কৰিছিল আৰু এনেদৰে বেংকত ৪৮ কোটি টকালৈ আই পি এল নিলামত প্ৰৱেশ কৰিছে।
তেওঁলোকে সৰ্বাধিক ২৫ জন খেলুৱৈৰ এটা দল গঢ়িব লাগিব। আৰু ইতিমধ্যে ইয়াৰে চাৰিজন খেলুৱৈ সংৰক্ষিত ৰখাৰ পিছত, তেওঁলোকৰ ওচৰত এতিয়া 21 টা মুকলি স্লট আছে যাৰ ভিতৰত সাতজন বিদেশী ক্ৰিকেটাৰ হ'ব পাৰে।
খেলুৱৈসকলে ৰোহিত শৰ্মা (Rs 16 crore) যশপ্ৰীত বুমৰাহ (Rs 12 crore), সূৰ্যকুমাৰ যাদৱ (Rs 8 crore) কাইৰন প'লাৰ্ড (Rs 6 crore)ক ধৰি ৰাখিছে। প্ৰথম দিনাৰ খেলুৱৈ ক্ৰয়: ঈশান কিষাণ (15.25 crore) ডেৱাল্ড ব্ৰাভিছ – (3 crore) বাচিল থাম্পি – (30 Lakh) মুৰুগান অশ্বিন – (1.6 crore)
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|