মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »CWG 2022: উত্তৰ পূবৰ গৌৰৱ মীৰাবাই চানুৱে ভাৰতক দিলে প্ৰথমটো সোণৰ পদক, কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ তৃতীয়টো পদক ...

CWG 2022: উত্তৰ পূবৰ গৌৰৱ মীৰাবাই চানুৱে ভাৰতক দিলে প্ৰথমটো সোণৰ পদক, কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ তৃতীয়টো পদক ...

ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে কমনৱেলথ গেমছ ২০২২ ত ৪৯ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকিছে। বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক।

  • Share this:
ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে কমনৱেলথ গেমছ ২০২২ ত ৪৯ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকিছে। বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক। মীৰাবাইএকেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিছে। তেওঁ টকিঅ' অলিম্পিকতো পদক জিকিছে। বাৰ্মিংহামত, ২৭ বছৰীয়া চানুৱে তেওঁৰ অলিম্পিক অভিলেখ উন্নত কৰে। তেওঁ স্নেচত ৮৮ কিলোগ্ৰাম তুলিছিল। খেলুৱৈজনে টকিঅ' অলিম্পিকত ৮৪ কিলোগ্ৰাম স্নেচত তুলিছিল। ইয়াৰ পিছত, ক্লীন এণ্ড জৰ্কত তেওঁ প্ৰথম প্ৰচেষ্টাত ১০৯ কিলোগ্ৰাম ওজন তুলিছিল।

কমনৱেলথ গেমছ ২০২২ত ভাৰতে তৃতীয় পদক জিকিছে
ভাৰতে এতিয়ালৈকে কমনৱেলথ গেমছত তিনিটা পদক জিকিছে আৰু তিনিওটা পদক ভাৰোত্তোলনত আহিছে। ৩০ জুলাইত (শনিবাৰে) সংকেত মহাদেৱ সাৰ্গৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম ওজনৰ শাখাত ৰূপৰ পদক অৰ্জন কৰে। তাৰ পিছত, গুৰুৰাজ পূজাৰীয়ে ৬১ কিলোগ্ৰাম ওজন শ্ৰেণীত ব্ৰঞ্জৰ পদক জিকিছিল। কমনৱেলথ গেমছৰ ইতিহাসত ভাৰোত্তোলনত এইটো ভাৰতৰ ১২৮ তম পদক। কেৱল অষ্ট্ৰেলিয়াই ভাৰততকৈ অধিক পদক জিকিছে।

শেহতীয়া বাতৰি