உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022: আইপিএলৰ ইতিহাসত শোচনীয় প্ৰদৰ্শন মুম্বাই ইণ্ডিয়ানছৰ, প্ৰথম ছয়খন খেলতেই লজ্জাজনক পৰাজয়

    IPL 2022: আইপিএলৰ ইতিহাসত শোচনীয় প্ৰদৰ্শন মুম্বাই ইণ্ডিয়ানছৰ, প্ৰথম ছয়খন খেলতেই লজ্জাজনক পৰাজয়

    IPL 2022: আজি মুম্বাই ইণ্ডিয়ানছ দলে পুনৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (Lucknow Super Giants) ৰ হাতত পৰাস্ত হয়।

    • Share this:
    IPLৰ ইতিহাসতে শোচনীয় প্ৰদৰ্শন কৰিছে মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) দলে। IPL 2022ৰ প্ৰথম ছয়খন খেলতেই পৰাজয় বৰণ কৰি লজ্জাজনকভাৱে নতি স্বীকাৰ কৰিছে ৫ বাৰৰ IPL চেম্পীয়ন দলটোৱে।

    আজি মুম্বাই ইণ্ডিয়ানছ দলে পুনৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (Lucknow Super Giants) ৰ হাতত পৰাস্ত হয়। ১৮ ৰাণত বিজয় সাব্যস্ত কৰে কে এল ৰাহুল ( KL Rahul)ৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে।

    ২০০ ৰাণৰ বিজয় লক্ষ্য সন্মুখত লৈ ইনিংছ আৰম্ভ কৰা মুম্বাই ইণ্ডিয়ানছ দলে ৯ উইকেটত ১৮১ ৰাণত ইনিংছ সামৰিবলৈ বাধ্য হয়। একেৰাহে ৬খন খেলত পৰাজয় বৰণ কৰি তালিকাৰ শেষত আছে IPLৰ সৰ্বাধিক গ্লেমাৰাছ দলটো।

    আৱেশ খানে লক্ষ্ণৌৰ হৈ ৰোহিত শৰ্মা, ডেৱাল্ট ব্ৰেভিছ আৰু তিলক বাৰ্মাৰ গুৰুত্বপূৰ্ণ উইকেটকেইটা দখল কৰে।
    Published by:Manjumoni Borah
    First published: