ৰাজ্যবাসীৰ বাবে গৌৰৱৰ মুহূৰ্ত! IBA Athletes Committeeৰ চেয়াৰমেন পদত লাভলীনা বৰগোঁহাই, শিৱ থাপালৈ সদস্য পদ

২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছিল আৰু এনেদৰে ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল।

কেৱল লাভলীনাই নহয় অসম সন্তান বক্সাৰ শিৱ থাপাকো আইবিএ এথলীট কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে। ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰিছিল আৰু এনেদৰে ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। বুধবাৰে আইবিএ-য়ে এই কথা ঘোষণা কৰে।