• Home
  • »
  • News
  • »
  • sports
  • »
  • ৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়নশ্বীপত দুৰ্দান্ত প্ৰদৰ্শন জয়ন্ত তালুকদাৰৰ, শতাধিক আৰ্চাৰক পৰাস্ত কৰি প্ৰাৰম্ভিক ৰাউণ্ডত প্ৰথম স্থান লাভ

ৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়নশ্বীপত দুৰ্দান্ত প্ৰদৰ্শন জয়ন্ত তালুকদাৰৰ, শতাধিক আৰ্চাৰক পৰাস্ত কৰি প্ৰাৰম্ভিক ৰাউণ্ডত প্ৰথম স্থান লাভ

২০১২ চনৰ লণ্ডন অলিম্পিয়ান  জয়ন্ত তালুকদাৰে দীৰ্ঘ সময়ৰ মুৰত চমক দিবলৈ সক্ষম হৈছে।

২০১২ চনৰ লণ্ডন অলিম্পিয়ান  জয়ন্ত তালুকদাৰে দীৰ্ঘ সময়ৰ মুৰত চমক দিবলৈ সক্ষম হৈছে।

২০১২ চনৰ লণ্ডন অলিম্পিয়ান  জয়ন্ত তালুকদাৰে দীৰ্ঘ সময়ৰ মুৰত চমক দিবলৈ সক্ষম হৈছে।

  • Share this:
ঝাৰখণ্ডত চলি থকা ৪০ সংখ্যক ৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়নশ্বীপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে তাৰকা আৰ্চাৰ অৰ্জুন জয়ন্ত তালুকদাৰে। দেশৰ সন্মানীয় প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলত প্ৰথম স্থান লাভ কৰে জয়ন্ত তালুকদাৰে। ভাৰতবৰ্ষৰ শতাধিক আৰ্চাৰৰ ভিতৰত শীৰ্ষৰ এক নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হয় জয়ন্ত তালুকদাৰে।

২০১২ চনৰ লণ্ডন অলিম্পিয়ান  জয়ন্ত তালুকদাৰে দীৰ্ঘ সময়ৰ মুৰত চমক দিবলৈ সক্ষম হৈছে। পূৰ্বতে নতুন দিল্লীৰ কমনৱেলথ গেমছত দুটাকৈ পদক অৰ্জন কৰা জয়ন্ত তালুকদাৰে দুবাৰকৈ বিশ্বকাপ আৰ্চাৰীত চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল। সেয়ে নহয়, ২০০৬ চনৰ ডোহা এছিয়ান গেমছ, ২০১০ চনত গুৱাঞ্জাও এছিয়ান গেমছ আৰু ২০১৪ চনৰ ইনছিয়ন এছিয়ান গেমছত অংশলৈ দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত চেম্পিয়নেৰে আগন্তুক এছিয়ান গেমছ আৰু কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰিব বিচৰা জয়ন্ত তালুকদাৰৰ চুড়ান্ত লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ স্বৰ্ণপদক।
Published by:Sanjay Kumar Das
First published: