• Home
  • »
  • News
  • »
  • sports
  • »
  • Jasprit Bumrah : টি-২০ বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে ভাৰতীয় দলৰ বাবে দুঃসংবাদ, খেলিব নোৱাৰে বুমৰাহে

Jasprit Bumrah : টি-২০ বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে ভাৰতীয় দলৰ বাবে দুঃসংবাদ, খেলিব নোৱাৰে বুমৰাহে

সূত্ৰ অনুসৰি, বুমৰাহ পিঠিৰ আঘাতত আক্ৰান্ত। আঘাতৰ বাবে এছিয়া কাপত খেলিব নোৱাৰিলে ভাৰতীয় পেচাৰগৰাকীয়ে।

  • Share this:
টি-২০ বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এক নতুন সংকট। বিশ্বকাপত খেলিব নোৱাৰিব যশপ্ৰীত বুমৰাহে। সংবাদ সংস্থা পিটিআইৰ মতে, আঘাতৰ বাবে তেওঁ বিশ্বকাপৰ পৰা বাহিৰ হৈছে।

সূত্ৰ অনুসৰি, বুমৰাহ পিঠিৰ আঘাতত আক্ৰান্ত। আঘাতৰ বাবে এছিয়া কাপত খেলিব নোৱাৰিলে ভাৰতীয় পেচাৰগৰাকীয়ে। আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও প্ৰথমখন খেলত অংশ ল’ব নোৱাৰিলে বুমৰাহে। সেই সময়ত ৰোহিতে কৈছিল যে ভাৰতীয় পেচাৰগৰাকীৰ আঘাত সামান্য।

কিন্তু আজি পিটিআইক দিয়া এক সাক্ষাৎকাৰত ব’ৰ্ডৰ এজন বিষয়াই কয় যে টি-২০ বিশ্বকাপত খেলাটো বুমৰাহৰ বাবে কোনো কাৰণতে সম্ভৱ নহয়। পিঠিত গুৰুতৰভাৱে আঘাত পাইছে তেওঁ। বুমৰাহে হয়তো ছমাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি