IPL Auction 2022: ঈশান কিষাণক ১৫.২৫ কোটি টকাত কিনিলে মুম্বাই ইণ্ডিয়ানছে।
IPL Auction 2022: ঈশান কিষাণক ১৫.২৫ কোটি টকাত কিনিলে মুম্বাই ইণ্ডিয়ানছে।
IPLৰ এজন বিস্ফোৰক বেটছমেন তথা উইকেটকীপাৰ ঈশান কিষাণ (Ishan Kishan)ক ১৫.২৫ কোটি টকাত কিনিলে মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians)।
পূৰ্বৰ ছিজনতো মুম্বাই ইণ্ডিয়ানছৰ সদস্য আছিল ঈশান কিষাণ।
আজি হোৱা নিলামৰ এইপৰ্যন্ত সৰ্বাধিক দাম পোৱা খেলুৱৈ হৈছে ঈশান কিষাণ ।
শ্ৰেয়াছ আয়াৰ (Shreyas Iyer)ক ১২.২৫ কোটি টকাত কিনিছে কলকাতা নাইট ৰাইডাৰ্ছে (KKR)।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|