IPL 2022ৰ এখন গুৰুত্বপূৰ্ণ খেলত পঞ্জাৱ কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক (PBKS VS RCB) ৫৪ ৰানত পৰাস্ত কৰিছে। এই জয়েৰে পঞ্জাৱে ১২ খন খেলৰ পৰা ১২ পইণ্ট অৰ্জন কৰিছে আৰু পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে।

প্ৰথমে বেট ধৰি পঞ্জাৱে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰে। লিয়াম লিভিংষ্টনে ৪২ বলত ৭০ ৰান কৰাৰ বিপৰীতে জনী বেয়াৰষ্টৱে ২৯ টা বলত ৬৬ ৰান কৰে। বেংগালুৰুৰ হৰ্ষল পেটেলে ৪টা উইকেট দখল কৰে। প্ৰত্য়ুত্তৰত ২১০ ৰানৰ কঠিন বিজয়লক্ষ্য আগত লৈ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৫ ৰানহে কৰিবলৈ সক্ষম হয়। বেংগালুৰুৰ মেক্সৱেলে সৰ্বাধিক ৩৫ ৰান কৰে। পঞ্জাৱৰ ৰাবাদাই ৩টা উইকেট দখল কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|