• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL 2022: পঞ্জাৱৰ ৰাণৰ পাহাৰৰ সন্মুখত নতশিৰ বেংগালুৰু ! জয়েৰে PBKSএ সজীৱ কৰি ৰাখিলে প্লে-অফৰ আশা ...

IPL 2022: পঞ্জাৱৰ ৰাণৰ পাহাৰৰ সন্মুখত নতশিৰ বেংগালুৰু ! জয়েৰে PBKSএ সজীৱ কৰি ৰাখিলে প্লে-অফৰ আশা ...

IPL 2022ৰ এখন গুৰুত্বপূৰ্ণ খেলত পঞ্জাৱ কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক (PBKS VS RCB) ৫৪ ৰানত পৰাস্ত কৰিছে। এই জয়েৰে পঞ্জাৱে ১২ খন খেলৰ পৰা ১২ পইণ্ট অৰ্জন কৰিছে আৰু পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে।

  • Share this:

প্ৰথমে বেট ধৰি পঞ্জাৱে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰে। লিয়াম লিভিংষ্টনে ৪২ বলত ৭০ ৰান কৰাৰ বিপৰীতে জনী বেয়াৰষ্টৱে ২৯ টা বলত ৬৬ ৰান কৰে। বেংগালুৰুৰ হৰ্ষল পেটেলে ৪টা উইকেট দখল কৰে। প্ৰত্য়ুত্তৰত ২১০ ৰানৰ কঠিন বিজয়লক্ষ্য আগত লৈ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৫ ৰানহে কৰিবলৈ সক্ষম হয়। বেংগালুৰুৰ মেক্সৱেলে সৰ্বাধিক ৩৫ ৰান কৰে। পঞ্জাৱৰ ৰাবাদাই ৩টা উইকেট দখল কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি