உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL Auction 2022: ৯.২৫ কোটিত বিক্ৰী ৰাবাডা, শিখৰ ধাৱনক পঞ্জাৱে কিনেলে ৮.২৫ কোটিত, আৰু কাক কোনে কিনিলে চাওক সবিশেষ

    IPL Auction 2022: ৯.২৫ কোটিত বিক্ৰী ৰাবাডা, শিখৰ ধাৱনক পঞ্জাৱে কিনেলে ৮.২৫ কোটিত, আৰু কাক কোনে কিনিলে চাওক সবিশেষ

    IPL Auction 2022: ৯.২৫ কোটিত নিলাম হ'ল দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডা।

    IPL Auction 2022: ৯.২৫ কোটিত নিলাম হ'ল দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডা।

    IPL Auction 2022: ৯.২৫ কোটিত নিলাম হ'ল দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডা।

    • Share this:
    IPL Auction 2022: ৯.২৫ কোটিত নিলাম হ'ল দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডা।

    শিখৰ ধাৱনক পঞ্জাৱ কিংছে  কিনেলে ৮.২৫ কোটি টকাত।

    ৰবিচন্দ্ৰন আশ্বিনক ৰাজস্থআন ৰয়েলছে কিনিলে ৫ কোটি টকাত।

    পেট কামিন্সক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৭ কোটি ২৫ লাখত।

    ট্ৰেণ্ট বোল্টক ৰাজস্থআন ৰয়েলছে কিনিলে ৮ কোটিত।
    Published by:Manjumoni Borah
    First published: