IPL Auction 2022: শ্ৰেয়াছ আয়াৰক কলকাতা নাইট ৰাইডাৰ্ছে ১২.২৫ কোটি টকাত ক্ৰয় কৰিছিল। গুজৰাটে অৱশেষত ৬.২৫ কোটি ভাৰতৰ পেচ বলাৰ মহম্মদ ছামীক তেওঁলোকৰ সৈতে অন্তৰ্ভুক্ত কৰিছে।

বিদেশী খেলুৱৈ অষ্ট্ৰেলিয়াৰ পেট কামিন্সক কলকাতা নাইট ৰাইডাৰ্ছে ৭.২৫ কোটি টকাত ক্ৰয় কৰে। আনহাতে ফাফ ডু প্লেচিছৰ মূল্য ৬.৫০ কোটি ত উপনীত হোৱাৰ পিছত দিল্লী কেপিটেলছ পিছুৱাই যায় আৰু আৰচিবিয়ে ৭ কোটি টকাত ক্ৰয় কৰিছে
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|