মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IPL 2022: গুজৰাটৰ হাতত পৰাস্ত হায়দৰাবাদ ! অথলে গ'ল যুৱ বলাৰ উমৰান মালিকৰ বিধ্বংসী বলিং ....

IPL 2022: গুজৰাটৰ হাতত পৰাস্ত হায়দৰাবাদ ! অথলে গ'ল যুৱ বলাৰ উমৰান মালিকৰ বিধ্বংসী বলিং ....

IPL 2022ৰ এখন গুৰুত্বপূৰ্ণ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ (SRH vs GT) বিৰুদ্ধে বিজয়ী হৈছে গুজৰাট টাইটানছ। ইয়াৰ মূলতে আছিল ৰছিদ আৰু টিৱেটিয়াৰ বিধ্বংসী বেটিং।

  • Share this:
IPL 2022ৰ এখন গুৰুত্বপূৰ্ণ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ (SRH vs GT) হাতত পৰাস্ত হৈছে গুজৰাট টাইটানছ। ইয়াৰ মূলতে আছিল ৰাহুল টিৱেটিয়া আৰু ৰছিদ খানৰ বিধ্বংসী বেটিং। হায়দৰাবাদৰ পেচ বলাৰ উমৰান মালিকৰ শক্তিশালী বলিং কৰি ৪ অভাৰত ২৫ ৰান দি ৫টা উইকেট দখল কৰিলেও গুজৰাটৰ জয়ৰ আশা নিৰ্বাপিত কৰিব নোৱাৰিলে।

প্ৰথমে বেট ধৰি হায়দৰাবাদে অপেনাৰ অভিষেক শৰ্মাৰ মাৰমুখী ৪২ টাবলত ৬৫ ৰান আৰু মাৰক্ৰমৰ ৪০ টা বলত ৫৬ ৰানৰ সহায়ত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৯৫ ৰান কৰে। প্ৰত্যুত্তৰত ১৯৬ ৰানৰ কঠিন বিজয় লক্ষ্য আগত লৈ গুজৰাটে ঋদ্ধিমান শ্বাহাৰ বিস্ফোৰক ৩৮ টা বলত ৬৮ ৰান আৰু শেষৰফালে ৰাহুল টিৱেটিয়া আৰু ৰছিদ খানৰ বিস্ফোৰক বেটিঙেৰে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৯ ৰান কৰে।

শেহতীয়া বাতৰি