কুইন্টন ডি কক আৰু দীপক হুডাৰ উৎকৃষ্ট ইনিংছৰ সুবাদতেই লক্ষ্ণৌ চুপাৰজায়াণ্টছে আই পি এল ২০২২ৰ (IPL 2022) ৪২ তম মেচত পঞ্জাৱ কিংছক (LSG vs PBKS) পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

প্ৰথমে বেট ধৰি লক্ষ্ণৌৱে ১৫৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে। লক্ষ্ণৌৱে নিৰ্ধাৰিত অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫৩ ৰাণ সংগ্ৰহ কৰিছিল। কে এল ৰাহুল সোনকালে আউট হোৱাৰ পিছত, ডিকক আৰু হুডাই ১৩ৰাণৰ পৰা ৯৮ ৰাণলৈ ইনিংছৰ দায়িত্ব লয়। কিন্তু ডিকক আউট হোৱাৰ পিছত লক্ষ্ণৌৰ ইনিংছ ভাগি পৰে আৰু দলটোৱে মাত্ৰ ১৫৩ ৰাণ হে সংগ্ৰহ কৰিব পাৰে। প্ৰত্যুত্তৰত পঞ্জাৱে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ৰানহে কৰিবলৈ সক্ষম হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|