• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL 2022: আকৌ ব্যৰ্থ মুম্বাই, ক্ৰমাগত ষষ্ঠ পৰাজয় ! ৰাহুলৰ শতেকেৰে দৰ্শনীয় বিজয় লক্ষ্ণৌৰ ...

IPL 2022: আকৌ ব্যৰ্থ মুম্বাই, ক্ৰমাগত ষষ্ঠ পৰাজয় ! ৰাহুলৰ শতেকেৰে দৰ্শনীয় বিজয় লক্ষ্ণৌৰ ...

IPL 2022ত ক্ৰমাগত ষষ্ঠ পৰাজয়ৰ মুখামুখি হৈছে ৰোহিত শৰ্মা (Rohit Sharma) নেতৃত্বাধীন মুম্বাই দলটো। শনিবাৰে অনুষ্ঠিত খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ হাতত (MI vs LSG) ১৮ ৰানত পৰাস্ত হয় মুম্বাই।

  • Share this:
IPL 2022ত ক্ৰমাগত ষষ্ঠ পৰাজয়ৰ মুখামুখি হৈছে ৰোহিত শৰ্মা (Rohit Sharma) নেতৃত্বাধীন মুম্বাই দলটো। এতিয়ালৈ ৬খন খেলৰ এখনতো জয়ৰ মুখ দেখা নাই দলটোৱে। শনিবাৰে অনুষ্ঠিত খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ হাতত (MI vs LSG) ১৮ ৰানত পৰাস্ত হয় মুম্বাই।

প্ৰথমে বেট ধৰি LSGএ অপেনাৰ তথা অধিনায়ক কেএল ৰাহুলৰ দৰ্শনীয় শতকৰ সহায়ত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৯৯ ৰান কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সক্ষম হয়। লক্ষ্ণৌৰ আৱেশ খানে ৩০ ৰানত ৩টা উইকেট দখল কৰে।
Published by:Kokil Sarma
First published: