• Home
  • »
  • News
  • »
  • sports
  • »
  • ISL ৰ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ হৈছে খালিদ জামিল...

ISL ৰ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ হৈছে খালিদ জামিল...

ভাৰতীয় ফুটবল প্ৰশিক্ষক খালিদ জামিলে ইন্ডিয়ান ছুপাৰ লীগৰ (ISL) দল নৰ্থ ইষ্ট ইউনাইটেড স্পৰ্টছ ক্লাৱৰ (NEUFC) মুখ্য প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ হৈছে। খালিদ জামিলৰ দৰে দক্ষ প্ৰশিক্ষকক নৰ্থ ইষ্ট ইউনাইটেড দলত পাই উৎফুল্লিত দলীয় কৰ্মকৰ্তা।

  • Share this:
ভাৰতীয় ফুটবল প্ৰশিক্ষক খালিদ জামিলে ইন্ডিয়ান ছুপাৰ লীগৰ (ISL) দল নৰ্থ ইষ্ট ইউনাইটেড স্পৰ্টছ ক্লাৱৰ (NEUFC) মুখ্য প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ হৈছে। ১৯৭৭ চনৰ ২১ এপ্ৰিল তাৰিখে কুটেইটত জন্মলাভ কৰা খালিদ জামিলে ২০০১ চনত ভাৰতীয় ফুটবলৰ দলৰ হৈ অভিষেক ঘটাইছিল।

ভাৰতীয় দলৰহৈ খেলাৰ পূৰ্বে ১৯৯৭-৯৮ চনত মহিন্দ্ৰা ইউনাইটেড, ১৯৯৮-২০০১ চন ইয়াৰ ইন্ডিয়া, ২০০১-২০০৭ চনলৈ আকৌ মহিন্দ্ৰা ইউনাইটেড আৰু ২০০৭ -২০০৯ চনলৈ মুম্বাই দলৰহৈ ৩৭ খন মেটছত অংশ লৈছিল। পিছলৈ দক্ষ প্ৰশিক্ষক হিচাপে ২০০৯ চনৰ পৰা ২০১৫ চনলৈ মুম্বাই দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল। ২০১৬-১৭ বৰ্ষত খালিদ জামিলৰ তত্বাৱধানতে আইজল এফ চি দলে আই লীগত চেম্পিয়ন খিতাপ অৰ্জন কৰিছিল। পৰৱৰ্তী বৰ্ষত কলকাতাৰ ইষ্ট বেংগল আৰু ২০১৮-১৯ চনত মোহন বাগান দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল খালিদ জামিল। ২০১৯-২০ চনত আই এছ এলৰ নৰ্থ ইষ্ট ইউনাইটেড দলৰ সহকাৰী প্ৰশিক্ষক দায়িত্বত থকা খালিদ জামিলে চলিত বৰ্ষত নৰ্থ ইষ্ট ইউনাইটেড দলৰ মুখ্য প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ হৈছে। খালিদ জামিলে ভাৰতীয় মুল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৪৭ খন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছে। খালিদ জামিলৰ দৰে দক্ষ প্ৰশিক্ষকক নৰ্থ ইষ্ট ইউনাইটেড দলত পাই উৎফুল্লিত দলীয় কৰ্মকৰ্তাৰ লগতে পূৰ্বোত্তৰ বাসী।
Published by:Kokil Sarma
First published: