
T20 World Cup: অৱশেষত ছন্দ ওভতাই পালে ভাৰতৰ বেটছমেনে, আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিস্ফোৰণ...
T20 World Cup: অৱশেষত ছন্দ ওভতাই পালে ভাৰতৰ বেটছমেনে, আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিস্ফোৰণ...
অৱশেষত ছন্দ ওভতাই পালে ভাৰতৰ বেটছমেনে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিস্ফোৰণ।
প্ৰথমে বেট ধৰি ভাৰতে দুটা উইকেট হেৰুৱাই ২০ অভাৰত ২১০ ৰান কৰে। ভাৰতৰ হৈ অপেনাৰ ৰোহিত শৰ্মাই বিস্ফোৰক বেটিঙেৰে ৭৪ ৰানৰ ইনিংছ খেলে। কে এল ৰাহুলেও দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰে। শেষৰ ফালে পণ্ট আৰু পাণ্ডিয়াই মাৰমূখী বেটিঙেৰে দলৰ স্কৰ ২শতাধিকলৈ লৈ যায়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|