ICC T20 World Cup, India Vs Scotland : মাত্ৰ ৩৯টা বলত ২টা উইকেট হেৰুৱাই ৮৯ ৰাণ কৰি বিজয় সাব্যস্ত ভাৰতৰ।
ICC T20 World Cup, India Vs Scotland : মাত্ৰ ৩৯টা বলত ২টা উইকেট হেৰুৱাই ৮৯ ৰাণ কৰি বিজয় সাব্যস্ত ভাৰতৰ।
টি২০- বিশ্বকাপত স্কটলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়।
মাত্ৰ ৩৯টা বলত ২টা উইকেট হেৰুৱাই ৮৯ ৰাণ কৰি বিজয় সাব্যস্ত ভাৰতৰ।
কে এল ৰাহুলৰ বিস্ফোৰক ১৯ বলত ৫০ ৰাণ।
১৫ ৰাণত ৩টা উইকেট দখল কৰা ৰবীন্দ্ৰ জাদেজাক মেন অৱ দা মেছ বঁটা।
স্কটলেণ্ডে প্ৰথমে বেটিং কৰি ১৭ অভাৰ ৪টা বলত কৰিছিল ৮৫ ৰাণ।
ভাৰতৰ হৈ জাদেজা আৰু মহম্মদ ছামীয়ে ৩টাকৈ উইকেট লোৱাৰ লগতে বুমৰাহে ২টা উইকেট দখল কৰে।
আনহাতে কে এল ৰাহুলৰ বিস্ফোৰক ৫০ ৰাণৰ লগতে ৰোহিত শৰ্মাই ১৬টা বলত ৩০ ৰাণ কৰি আউট হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|