মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »বৰ্ষাপাৰাত বিৰাটৰ মেজিক! ৰোহিত শৰ্মা–শুভমন গীলেও দিলে চমক

বৰ্ষাপাৰাত বিৰাটৰ মেজিক! ৰোহিত শৰ্মা–শুভমন গীলেও দিলে চমক

শ্ৰীলংকাৰ হৈ কাছুন ৰজিথাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে। উল্লেখযোগ্য যে এইখন হ’ল ভাৰত–শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ।

  • Share this:
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া খেলত শ্ৰীলংকাক ৩৭৪ ৰানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই। প্ৰথমে টছত জয়লাভ কৰি শ্ৰীলংকাই ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত মুঠ ৩৭৩ ৰান সংগ্ৰহ কৰে ৰোহিত বাহিনীয়ে।

বিৰাট কোহলীৰ সুন্দৰ শতৰানেৰে একপ্ৰকাৰ ৰানৰ পাহাৰ গঢ়িবলৈ সক্ষম হয় টীম ইণ্ডিয়াই। কোহলীৰ উপৰি অধিনায়ক ৰোহিত শৰ্মাই দৰ্শনীয় ৮৩ ৰান আৰু শুভমন গীলে ৭০ ৰানৰ অনবদ্য ইনিংছ উপহাৰ দিয়ে দলক।

শেহতীয়া বাতৰি