অনিশ্চয়তা আঁতৰিল। ৫ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্ত:ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেলখনৰ বাবে প্ৰায় ৪০ হাজাৰ টিকট ২৪ ডিচেম্বৰৰ পৰা ‘Book my Show’ত উপলব্ধ হ’ব বুলি জনাইছে অসম ক্ৰিকেট সন্থাই। ২ জানুৱাৰী তাৰিখে দুয়োটা দলৰ খেলুৱৈ আহি গুৱাহাটীত উপস্থিত হ’ব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 21, 2019, 16:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|