মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »বৰ্ষাপাৰাত ৰানৰ বৰষুণ, বিৰাট কোহলীৰ শতৰান, ৰোহিত–শুভমনৰ দৰ্শনীয় ইনিংছ

বৰ্ষাপাৰাত ৰানৰ বৰষুণ, বিৰাট কোহলীৰ শতৰান, ৰোহিত–শুভমনৰ দৰ্শনীয় ইনিংছ

ৰোহিত শৰ্মাই ৮৩ ৰান কৰাৰ বিপৰীতে শুভমন গীলে কৰিলে ৭০ ৰান।

ৰোহিত শৰ্মাই ৮৩ ৰান কৰাৰ বিপৰীতে শুভমন গীলে কৰিলে ৭০ ৰান।

ৰোহিত শৰ্মাই ৮৩ ৰান কৰাৰ বিপৰীতে শুভমন গীলে কৰিলে ৭০ ৰান।

  • Share this:
বৰ্ষাপাৰাত ৰানৰ বৰষুণ। শ্ৰীলংকাৰ বিৰুদ্ধে শতৰান অৰ্জন কৰিলে বিৰাট কোহলীয়ে। ৮৭ বলত ১১৩ ৰান কৰি আউট হয় কোহলী। ৮০টা বলত কোহলীয়ে সম্পূৰ্ণ কৰিলে শতৰান। খেলৰ ৪৮ অভাৰলৈ ৩৬৩ ৰান সংগ্ৰহ কৰে ভাৰতে। ৰোহিত শৰ্মাই ৮৩ ৰান কৰাৰ বিপৰীতে শুভমন গীলে কৰিলে ৭০ ৰান। শ্ৰেয়স আয়াৰে ২৮ ৰান কৰাৰ বিপৰীতে কে এল ৰাহুলে সংগ্ৰহ কৰে ৩৯ ৰান।

শেহতীয়া বাতৰি