মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Asia Cup 2022|India vs Pakistan: এছিয়া কাপৰ ছুপাৰ ফোৰৰ খেলত টছত জিকি বলিঙৰ সিদ্ধান্ত পাকিস্তানৰ

Asia Cup 2022|India vs Pakistan: এছিয়া কাপৰ ছুপাৰ ফোৰৰ খেলত টছত জিকি বলিঙৰ সিদ্ধান্ত পাকিস্তানৰ

Asia Cup 2022|India vs Pakistan: ভাৰত আৰু পাকিস্তান (Pakistan)ৰ মাজত হোৱা প্ৰথমখম খেলত ভাৰতে জয়লাভ কৰিছিল। 

Asia Cup 2022|India vs Pakistan: ভাৰত আৰু পাকিস্তান (Pakistan)ৰ মাজত হোৱা প্ৰথমখম খেলত ভাৰতে জয়লাভ কৰিছিল। 

  • Share this:
এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মুখামুখি হৈছে ভাৰত পাকিস্তান। আজি এছিয়া কাপ ২০২২ৰ ছুপাৰ ফোৰৰ এখন খেলত সন্মুখ সমৰত দুই চিৰবৈৰী। খেলত টছত জিকি বলিঙৰ সিদ্ধান্ত পাকিস্তানৰ অধিনায়ক বাবৰ আজম (Babar Azam)ৰ।

উল্লেখ্য যে ভাৰত আৰু পাকিস্তান (Pakistan)ৰ মাজত হোৱা প্ৰথমখম খেলত ভাৰতে জয়লাভ কৰিছিল।

আজিৰ খেলৰ বাবে ভাৰতে তিনিজন খেলুৱৈৰ সালসলনি কৰিছে। ভাৰতে হাৰ্দিক পাণ্ডিয়া (Hardik Pandya), দীপক হুদা (Deepak Hooda) আৰু ৰবী বিষ্ণই (Ravi Bishnoi)ক দলত লৈছে। আনহাতে পাকিস্তানে শ্বাহনাৱাজ দাহানী (Shahnawaz Dahani)ৰ ঠাইত মোহম্মদ হাছনেইন (Mohammad Hasnain)ক অন্তৰ্ভুক্ত কৰিছে।

শেহতীয়া বাতৰি