• Home
  • »
  • News
  • »
  • sports
  • »
  • India at CWG 2022 : বাৰ্মিংহাম কমনৱেলথ গেমছত চতুৰ্থ স্থানেৰে সফল সামৰণি ভাৰতৰ, অন্তিম দিনা ৪টা সোণসহ ৬টা পদক জয়

India at CWG 2022 : বাৰ্মিংহাম কমনৱেলথ গেমছত চতুৰ্থ স্থানেৰে সফল সামৰণি ভাৰতৰ, অন্তিম দিনা ৪টা সোণসহ ৬টা পদক জয়

India at CWG 2022 : ভাৰতে অন্তিম দিনা ৪টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ লাভ কৰি শেষ দিনটো সমাপ্ত কৰে।

India at CWG 2022 : ভাৰতে অন্তিম দিনা ৪টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ লাভ কৰি শেষ দিনটো সমাপ্ত কৰে।

India at CWG 2022 : ভাৰতে অন্তিম দিনা ৪টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ লাভ কৰি শেষ দিনটো সমাপ্ত কৰে।

  • Share this:
সোমবাৰে সমাপ্ত হোৱা ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতে ২২টা সোণ, ১৫টা ৰূপ আৰু ২৩টা ব্ৰঞ্জৰ পদকসহ মুঠ ৬১টা পদক লাভ কৰি পদক তালিকাত চতুৰ্থ স্থান দখল কৰে। যদিও ভাৰতে গোল্ড কোষ্ট গেমছৰ পৰা নিজৰ পদকৰ সংখ্যা অতিক্ৰম কৰিব নোৱাৰিলে, শ্বুটিংক এই সংস্কৰণত অন্তৰ্ভুক্ত নকৰাটো ইয়াৰ এটা কাৰণ বুলি বিবেচনা কৰা হৈছে।  বাৰ্মিংহামত ভাৰতীয় দলে এক উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে।

ভাৰতে অন্তিম দিনা ৪টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ লাভ কৰি শেষ দিনটো সমাপ্ত কৰে।
Published by:Manjumoni Borah
First published: