মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Women T20 WC Final: সন্মুখত ১৮৫ ৰানৰ বিশাল লক্ষ্য, ইনিংছ আৰম্ভ কৰিয়েই উজুটি টীম ইণ্ডিয়াৰ

Women T20 WC Final: সন্মুখত ১৮৫ ৰানৰ বিশাল লক্ষ্য, ইনিংছ আৰম্ভ কৰিয়েই উজুটি টীম ইণ্ডিয়াৰ

আজি ভাৰত–অষ্ট্ৰেলিয়াৰ মাজত ICC T20 মহিলা বিশ্বকাপৰ ফাইনেল।

আজি ভাৰত–অষ্ট্ৰেলিয়াৰ মাজত ICC T20 মহিলা বিশ্বকাপৰ ফাইনেল।

  • Share this:
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী দিৱসৰ দিনাই  আই চি চি টি–২০ মহিলা বিশ্বকাপৰ ফাইনেল খেলিছে ভাৰতীয় দলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা ফাইনেল মেচখনত প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াই ভাৰতৰ সন্মুখত ১৮৫ ৰানৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে। অষ্ট্ৰেলিয়াৰ হৈ অলিচা হেলী, বেথ মনীৰ অৰ্ধ শতকীয় ইনিংছ খেলে।

বৃহৎ লক্ষ্য আগত ৰাখি ভাৰতে ইনিংছ আৰম্ভ কৰিয়েই খাইছে উজুটি। মাত্ৰ ৪.২ অভাৰতে ২৩ ৰানৰ বিনিময়ত তিনিটা উইকেট হেৰুৱালে ভাৰতীয় দলে। ব্যৰ্থ হয় অপেনাৰ দ্বয় স্মৃতী মানধনা আৰু ছাফালী বৰ্মা। এতিয়া ক্ৰীজত আছে অধিনায়ক হৰমণপ্ৰীত কৌৰ আৰু দীপ্তী শৰ্মা।

শেহতীয়া বাতৰি