Women's world cup 2022: সুন্দৰ বলিঙেৰে বাংলাদেশক পৰাস্ত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে, ছেমিত প্ৰৱেশৰ আশাও সজীৱ ...
Women's world cup 2022: সুন্দৰ বলিঙেৰে বাংলাদেশক পৰাস্ত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে, ছেমিত প্ৰৱেশৰ আশাও সজীৱ ...
File Photo
ভাৰতীয় মহিলা দলৰ (ICC Women's world cup 2022) মহিলা বিশ্বকাপ ২০২২ত যুৱ ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বাংলাদেশ (Ind W vs Ban W)ক পৰাস্ত কৰি ছেমি ফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে।
মহিলা ভাৰতীয় দলৰ (ICC Women's world cup 2022) মহিলা বিশ্বকাপ ২০২২ত যুৱ ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বাংলাদেশ (Ind W vs Ban W)ক পৰাস্ত কৰি ছেমি ফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে। মিতালী ৰাজ এণ্ড কোম্পানীয়ে আজি ১১০ ৰাণত জয়লাভ কৰে৷ জয়ৰ বাবে বাংলাদেশে প্ৰয়োজনীয় ২৩০ ৰাণৰ লক্ষ্য লৈ ৪০.৩ অভাৰত ১১৯ ৰাণত আউট হয়৷