মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IND vs SA: ভাৰতে প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত দিলে ১৭০ ৰানৰ লক্ষ্য, দিনেশ কাৰ্তিকৰ বিস্ফোৰক অৰ্ধশতক ...

IND vs SA: ভাৰতে প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত দিলে ১৭০ ৰানৰ লক্ষ্য, দিনেশ কাৰ্তিকৰ বিস্ফোৰক অৰ্ধশতক ...

IND vs SA: ভাৰতে প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত দিলে ১৭০ ৰানৰ লক্ষ্য, দিনেশ কাৰ্তিকৰ বিস্ফোৰক অৰ্ধশতকৰ লগতে হাৰ্দিক পাণ্ডিয়াৰো বিস্ফোৰক বেটিং।

  • Share this:
ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত চতুৰ্থখন টি টুৱেণ্টি খেলত প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত দিলে ১৭০ ৰানৰ লক্ষ্য, ইয়াৰ মূলতে আছিল দিনেশ কাৰ্তিকৰ বিস্ফোৰক অৰ্ধশতক।

দিনেশ কাৰ্তিকে ভাৰতৰ হৈ সৰ্বাধিক ২৭ টা বলত ৫৫ ৰান কৰে। হাৰ্দিক পাণ্ডিয়াই ৩১ টা বলত ৪৬ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

শেহতীয়া বাতৰি