• Home
  • »
  • News
  • »
  • sports
  • »
  • Virat Kohli's 100 Test: আঘাতপ্ৰাপ্ত বিৰাট কোহলী, দ্বিতীয় টেষ্টত অধিনায়কৰ ভাৰ ল'লে ৰাহুলে ! দক্ষিণ আফ্ৰিকাত খেলিবলৈ নাপাব শততম টেষ্ট ...

Virat Kohli's 100 Test: আঘাতপ্ৰাপ্ত বিৰাট কোহলী, দ্বিতীয় টেষ্টত অধিনায়কৰ ভাৰ ল'লে ৰাহুলে ! দক্ষিণ আফ্ৰিকাত খেলিবলৈ নাপাব শততম টেষ্ট ...

পিঠিৰ আঘাতৰ বাবে বিৰাট কোহলীয়ে (Virat Kohli) ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) টেষ্ট শৃংখলাত দ্বিতীয়খন টেষ্ট খেলিব নোৱাৰিলে৷ ৱাণ্ডাৰৰ্ছত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত কে এল ৰাহুলে (KL Rahul) বিৰাট কোহলীৰ স্থানত অধিনায়ক হয়৷

  • Share this:
পিঠিৰ আঘাতৰ বাবে বিৰাট কোহলীয়ে (Virat Kohli) ভাৰত বনাম দক্ষিণ আফ্ৰিকা (Ind vs SA) টেষ্ট শৃংখলাত দ্বিতীয়খন টেষ্ট খেলিব নোৱাৰিলে৷ ৱাণ্ডাৰৰ্ছত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত কে এল ৰাহুলে (KL Rahul) বিৰাট কোহলীৰ স্থানত অধিনায়ক হয়৷ দিনটোত খেলপথাৰলৈ যোৱাৰ পূৰ্বে বিৰাট কোহলীক দলৰ সতীৰ্থসকলৰ বাবে হাঁহি আৰু হাত জোকাৰি থকা দেখুৱাইছিল৷ আঘাতৰ বাবে কোহলীয়ে খেলিব নোৱাৰাত বিৰাট কোহলীৰ ১০০ তম টেষ্ট মেচ পিছুৱাই গ'ল (Virat Kohli's 100 Test)।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত বিৰাট কোহলীৰ ঠাইত কে এল ৰাহুলে টছকৰিবলৈ ওলাই আহিছিল। তেওঁ কয়, "দুৰ্ভাগ্যবশতঃ বিৰাটৰ পিঠিৰ ওপৰৰ আঘাত আছে, ফিজিঅ'ই কাম কৰি আছে, আশা কৰোঁ তেওঁ পৰৱৰ্তী টেষ্টৰ আগত ভাল হৈ উঠিব।" অধিনায়ক কে এল ৰাহুলে আজিৰ দিনটোত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত টছত জয়ী হয় আৰু বেটিং কৰাৰ সিদ্ধান্ত লয়।

বিৰাট কোহলীয়ে তেওঁৰ কেৰিয়াৰৰ ৯৯ তম আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ খন জোহান্সবাৰ্গত খেলিলেহেতেন, আনহাতে বিৰাট কোহলীয়ে কেপ টাউনত অনুষ্ঠিত তৃতীয় টেষ্ট মেচখনত তেওঁৰ ১০০ তম টেষ্ট মেচ ৰূপে খেলিলেহেতেন৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

কিন্তু আজিৰ মেচখনত খেলিব নোৱাৰাৰ বাবেই, তেওঁ বেংগালুৰুত তেওঁৰ কেৰিয়াৰৰ ১০০ তম টেষ্ট মেচখন খেলাৰ সম্ভাৱনা আছে৷
Published by:Kokil Sarma
First published: