কিছুসময় পিছতে ডুবাইত আৰম্ভ হ'ব চিৰশত্ৰু ভাৰত-পাকিস্তানৰ টি–২০ বিশ্বকাপ খেল। এই খেলক লৈ ছ'চিয়েল মিডিয়াত নানা চৰ্চা চলাৰ মাজতে বলীউড অভিনেতা ছলমান খানৰ (Salman Khan) এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ছলমান খানক টীম ইণ্ডিয়াৰ বাবে উল্লাস কৰা দেখা গৈছে। ষ্টাৰ স্প'ৰ্টছ ইণ্ডিয়াই ইয়াৰ টুইটাৰ হেণ্ডেল @StarSportsIndiaপৰা ভিডিঅ'টো শ্বেয়াৰ কৰিছিল।
২৯ ছেকেণ্ডৰ ভিডিঅ' ক্লিপটোত ছলমান খানৰ সৈতে আয়ুষ শৰ্মা (Ayush Sharma)ও আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আয়ুষ শৰ্মাই খেলখনৰ বিষয়ে কৈছিল। ছলমান খানে তেতিয়া মানুহক খেলখন চাবলৈ কয়। লগতে কয় যে যদি মই শ্বুটিঙলৈ নাযাওঁ, মই নিশ্চিতভাৱে ঘৰত বহি এই মেচখন চাম। আনহাতে, আৰবাজ আৰু চোহেলে পাপাৰ সৈতে এই খেলবোৰ চাব।
.@BeingSalmanKhan & Aayush Sharma have some #Antim words before #INDvPAK!
Grab the #MaukaMauka to catch the analysis before the EPIC clash, only on #Byjus #CricketLIVE:
Today, 2:30 PM onwards | Star Sports & Disney+Hotstar#LiveTheGame #MaukePeChhakka #Buy1Break1Free pic.twitter.com/WyAnQEOPfo
— Star Sports (@StarSportsIndia) October 24, 2021
#INDvPAK pic.twitter.com/R4d7oj3kEE
— Ek kudi.. ? (@sushmita_sonii) October 24, 2021
This is how #BabarAzam and #PakistanCricket team surrendered before #KingKohli ??#INDvPAK #MaukaMauka #T20WorldCup #TeamIndia pic.twitter.com/yW1P9ole77
— Mr. Kabeer (@sngka4) October 24, 2021
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।