• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs PAK T20 World Cup: ভাৰত–পাক খেলৰ আগেয়ে ভাইৰেল ছলমান খানৰ এই ভিডিঅ'

IND vs PAK T20 World Cup: ভাৰত–পাক খেলৰ আগেয়ে ভাইৰেল ছলমান খানৰ এই ভিডিঅ'

সামাজিক মাধ্যমত মানুহে নিৰন্তৰ ধেমেলীয়া মিম আৰু ভিডিঅ' শ্বেয়াৰ কৰি আছে।

সামাজিক মাধ্যমত মানুহে নিৰন্তৰ ধেমেলীয়া মিম আৰু ভিডিঅ' শ্বেয়াৰ কৰি আছে।

সামাজিক মাধ্যমত মানুহে নিৰন্তৰ ধেমেলীয়া মিম আৰু ভিডিঅ' শ্বেয়াৰ কৰি আছে।

  • Share this:

কিছুসময় পিছতে ডুবাইত আৰম্ভ হ'ব চিৰশত্ৰু ভাৰত-পাকিস্তানৰ টি–২০ বিশ্বকাপ খেল। এই খেলক লৈ ছ'চিয়েল মিডিয়াত নানা চৰ্চা চলাৰ মাজতে বলীউড অভিনেতা ছলমান খানৰ (Salman Khan) এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ছলমান খানক টীম ইণ্ডিয়াৰ বাবে উল্লাস কৰা দেখা গৈছে। ষ্টাৰ স্প'ৰ্টছ ইণ্ডিয়াই ইয়াৰ টুইটাৰ হেণ্ডেল @StarSportsIndiaপৰা ভিডিঅ'টো শ্বেয়াৰ কৰিছিল।


২৯ ছেকেণ্ডৰ ভিডিঅ' ক্লিপটোত ছলমান খানৰ সৈতে আয়ুষ শৰ্মা (Ayush Sharma)ও আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আয়ুষ শৰ্মাই খেলখনৰ বিষয়ে কৈছিল। ছলমান খানে তেতিয়া মানুহক খেলখন চাবলৈ কয়। লগতে কয় যে যদি মই শ্বুটিঙলৈ নাযাওঁ, মই নিশ্চিতভাৱে ঘৰত বহি এই মেচখন চাম। আনহাতে, আৰবাজ আৰু চোহেলে পাপাৰ সৈতে এই খেলবোৰ চাব।





উল্লেখ্য, এই খেলখনক লৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। সামাজিক মাধ্যমত মানুহে নিৰন্তৰ ধেমেলীয়া মিম আৰু ভিডিঅ' শ্বেয়াৰ কৰি আছে। কেইটামান নিৰ্বাচিত টুইট চাওঁ আহক।








উল্লেখ্য, ভাৰত–পাকিস্তানৰ খেল বুলি ক'লে দুয়োখন দেশত উত্সাহৰ অন্ত নাই। দেশৰ ৰাজনৈতিক জগতখনো এই খেলক লৈ মন্তব্য কৰা দেখা যায়।

Published by:Gautam Barman
First published: