মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IND vs AUS: ১৯৭ ৰানত প্ৰথম ইনিংছ সামৰিলে অষ্ট্ৰেলিয়াই, প্ৰথম ইনিংছত ৮৮ ৰানৰ অগ্ৰগতি ...

IND vs AUS: ১৯৭ ৰানত প্ৰথম ইনিংছ সামৰিলে অষ্ট্ৰেলিয়াই, প্ৰথম ইনিংছত ৮৮ ৰানৰ অগ্ৰগতি ...

IND vs AUS: প্ৰথম দিনাৰ ৪ উইকেটত ১৪৬ ৰানৰ পৰা অষ্ট্ৰেলিয়াই খেলিবলৈ আৰম্ভ কৰি আজি দলটোৱে ১৯৭ ৰানত প্ৰথম ইনিংছ সামৰে। ইয়াৰ মূলতে আছিল অশ্বিন আৰু উমেশৰ দৰ্শনীয় বলিং।

  • Share this:
ভাৰতীয় বলাৰসকলে ভাৰত অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয় টেষ্টৰ দ্বিতীয় দিনা নিজৰ ছন্দ ঘূৰাই পাবলৈ সক্ষম হয়। প্ৰথম দিনাৰ ৪ উইকেটত ১৪৬ ৰানৰ পৰা অষ্ট্ৰেলিয়াই খেলিবলৈ আৰম্ভ কৰি আজি দলটোৱে ১৯৭ ৰানত প্ৰথম ইনিংছ সামৰে। ইয়াৰ মূলতে আছিল অশ্বিন আৰু উমেশৰ দৰ্শনীয় বলিং।

দ্বিতীয় বেটিং আৰম্ভ কৰি অষ্ট্ৰেলিয়াই যথেষ্ট সতৰ্কতাৰে খেলি দলৰ স্ক'ৰ ৪ উইকেটত ১৮৬ ৰানলৈ লৈ যায় যদিও তাৰ পিছতে আৰম্ভ হয় খহনীয়া। হেণ্ডছকম্বক অশ্বিনে বিদায় দিয়াৰ পিছতে উমেশ যাদৱে গ্ৰীণক আউট কৰি অষ্ট্ৰেলিয়ান বেটছমেনক ক্ৰিজত খোপনি লোৱাৰ পৰা বঞ্চিত কৰে। ১১ ৰানতে অষ্ট্ৰেলিয়াই অন্তিম ৬টা উইকেট হেৰুৱায়। উমেশ যাদৱে ৩টা আৰু আৰ অশ্বিনে ৩ টা উইকেট দখল কৰে। প্ৰথম দিনা ৪টা উইকেট দখল কৰিছিল জাদেজাই।

শেহতীয়া বাতৰি