ICC Women’s T20 World Cup 2023: মহিলা বিশ্বকাপৰ বাবে আন এক ICC ইভেণ্ট, আইচিচি মহিলা টি২০ বিশ্বকাপ আহি আছে। এই বিশ্বকাপ অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকাত। ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই বিশ্বকাপ। কিছুদিন পূৰ্বে শেফালী বাৰ্মাৰ ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব দলে ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আইচিচি আণ্ডাৰ–১৯ মহিলা বিশ্বকাপৰ উদ্বোধনী সংস্কৰণৰত বিজয়ী হৈছিল। সেই ইভেণ্টৰো আয়োজক আছিল দক্ষিণ আফ্ৰিকা।
অষ্টম আইচিচি মহিলা টি–২০ বিশ্বকাপ ১০ ফেব্ৰুৱাৰী ২০২৩ৰ পৰা আৰম্ভ হ’ব। টুৰ্ণামেণ্টৰ ছেমি ফাইনেল মেচ কেপটাউনত অনুষ্ঠিত হ’ব, আন মেচসমূহ পাৰ্ল, গেকেবেৰা আৰু কেপটাউনত অনুষ্ঠিত হ’ব। টাইটেল গেম ২৬ ফেব্ৰুৱাৰী ২০২৩ত অনুষ্ঠিত হ’ব, য’ত ২৭ ফেব্ৰুৱাৰীক বেকআপ ডে হিচাপে সংৰক্ষিত কৰা হ’ব, যদি সেই দিনা খেলত কোনো বাধা আহি পৰে।
ICC Women’s T20 World Cup 2023 স্কোৱাড
গ্ৰুপ ১
নিউজিলেণ্ড : ছফি ডেভিন (অধিনায়ক), ছুজি বেটছ, লউৰেন ডাউন, মেড্ডি গ্ৰীন, ব্ৰুকি হেল্লিডে, বাৰ্নাডাইন বেজুইডেনহউট, ইডেন কাৰচন, হেইলি জেনছেন, ফ্ৰান জোনাছ, আমেলিয়া কেৰ, জেছ কেৰ, মলী পেনফল্ড, জৰ্জিয়া প্লিমাৰ, হান্না ৰৱে, লী টাহুহু।
অষ্ট্ৰেলিয়া: মেগ লেনিং (অধিনায়ক), এলিছা হিলি (উপ–অধিনায়ক), এশ্লেগ গাৰ্ডেনাৰ, কিম গাৰ্থ, এলিজ পেৰী, ডাৰ্চি ব্ৰাউন, হিথাৰ গ্ৰাহাম, গ্ৰেছ হেৰিছ, জেছ জোনাছেন, আলানা কিং, টাহলিয়া মেকগ্ৰাথ, বেথ মুনি, মেগান শ্বুট, এনাবেল চাদাৰলেণ্ড, জৰ্জিয়া ৱেৰহাম
দক্ষিণ আফ্ৰিকা: চুনে লুউছ (অধিনায়ক), লাৰা গুডল, আয়াবঙা খাকা, ক্লো ট্ৰিয়ন, এনেৰি ডাৰ্কচেন, মাৰিজান কেপ, নাডিন ডি ক্লেৰ্ক, চাবনিম ইছমাইল, তাজমিন ব্ৰিটছ, লৰা ৱলভাৰ্ডট, চিনালো জাফতা, মাচাবাটা ক্লাছ, ননকুলুলেকো মলাবা, এনেকে বছ, ডেলমি টকাৰ।
নন ট্ৰেভেলিং ৰিজাৰ্ভ : মাইকেলা এণ্ড্ৰুজ, টেবোগো মাচেক, টুমি চেখুখুনে
শ্ৰীলংকা: চামাৰি আথাপাথু (অধিনায়ক), ওছাদি ৰাণাসিংহে, কবিশা দিলহাৰী, অনুষ্কা সঞ্জীৱানী, হৰ্ষিতা সামাৰাৱিক্ৰমা, নীলাক্ষী ডি চিলভা, কৌশিনী নুথিয়াঙ্গানা, মালশা শেহানি, ইনোকা ৰাণাৱীৰা, সুগান্দিকা কুমাৰী, অচিনি কুলাসূৰ্য, বিশ্মি গুণাৰতনে, থাৰিকা চেৱন্দি, আমা কাঞ্চনা, সত্য সন্দীপিয়ান সন্দীপিয়ান।
বাংলাদেশ: নিগাৰ চুলতানা জোতি (অধিনায়ক), মাৰুফা আখতাৰ, দিলাৰা আখতাৰ, জাহানাৰা আলম, ৰুমানা আহমেদ, ফাহিমা খাতুন, চালমা খাতুন, লতা মণ্ডল, শৰ্ণা আখতাৰ, নাহিদা আখতাৰ, মুৰছিদা খাতুন, ৰিতু মণি, শোভানা মোস্তাৰি, ফাৰগানা হক পিংকী, ফাৰহিনা ইছলাম তৃষ্ণা।
নন ট্ৰেভেলিং ৰিজাৰ্ভ : ৰাবেয়া, সঞ্জিদা আকথাৰ মাঘলা, ছাৰমিন আখতাৰ সুপ্ত
গ্ৰুপ ২
ভাৰত: হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), শ্বেফালী বাৰ্মা, যস্তিকা ভাটিয়া (উইকেটকীপাৰ), ৰিচা ঘোষ (উইকেটকীপাৰ) জেমিমা ঘোষ (উইকেটকীপাৰ) জেমিমা ৰড্ৰিগজ, হাৰলীন দেউল, দীপ্তি শৰ্মা, দেৱিকা বৈদ্য, ৰাধা যাদৱ, ৰেণুকা ঠাকুৰ, অঞ্জলি সৰভানী, পূজা বস্ত্ৰকাৰ, ৰাজেশ্বৰী গায়কোৱাড়, শিখা পাণ্ডে
ৰিজাৰ্ভ : চাব্বিনেনি মেঘানা, স্নেহ ৰাণা, মেঘনা সিং
পাকিস্তান: বিচমাহ মাৰুফ (অধিনায়ক), আইমেন আনোৱাৰ, আলিয়া ৰিয়াজ, আয়েশা নাছিম, ডায়েনা বেইগ, ফাতিমা ছানা, জাভেৰিয়া খান, মুনিবা আলী (উইকেটকীপাৰ), নাশ্ৰা সান্ধু, নিদা দাৰ, ওমাইমা চোহেইল, ছাদিয়া ইকবাল, চিদ্ৰা আমিন, চিদ্ৰা নাৱাজ (উইকেটকীপাৰ) আৰু তুবা হাছান
ৰিজাৰ্ভ: গোলাম ফাতিমা, কাইনাত ইমতিয়াজ আৰু ছাদাফ শামাস
ইংলেণ্ড: হিথাৰ নাইট (অধিনায়ক), লৰেন বেল, মাইয়া বৌচিয়েৰ, কেথেৰিন ব্ৰাণ্ট, এলিচ কেপচি, কেট ক্ৰছ, ফ্ৰেয়া ডেভিছ, চাৰ্লি ডিন, চফিয়া ডাঙ্কলী, ছফি একলেষ্টোন, ছাৰাহ গ্লেন, এমি জোনাছ, নেট চাইভাৰ, লৰেন উইনফিল্ড-হিল, ডেনি ৱাইট।
ৰিজাৰ্ভ: ইচি ওয়ং, দানি গিবচন।
আয়াৰলেণ্ড: লৰা ডেলানি (অধিনায়ক), ৰাচেল ডেলানি, জৰ্জিনা ডেম্পচি, এমি হাণ্টাৰ, ছৌনা কাভানঘ, আৰ্লিন কেলি, গেবি লুইছ, লুইছ লিটল, ছফি মেকমোহন, জেন মাগুৱেৰ, কাৰা মুৰে, লিয়া পল, অৰ্লা প্ৰেণ্ডাৰগাষ্ট, ইমিয়াৰ ৰিচাৰ্ডচন, মেৰী ৱাল্ড্ৰন।
ৱেষ্ট ইণ্ডিজ: হেইলি মেথিউছ (অধিনায়ক), শ্বেমেইন কেম্পবেল (উপ–অধিনায়ক), আলিয়া এলিনে, চিনেল হেনৰী, তৃষাণ হোল্ডাৰ, ছামিলিয়া কনেল, আফি ফ্লেচাৰ, শাবিকা গজনাবি, জাইদা জেমছ, কৰিশ্মা ৰামহাৰাক, শ্বেকাৰা চেলমেন, ডিজেনাবা জোচেফ, চেডিয়ান নেশ্যন, ষ্টাফানি টেইলৰ, ৰাশাদা উইলিয়ামছ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 06, 2023, 19:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|