• Home
  • »
  • News
  • »
  • sports
  • »
  • Hima Das : কাইলৈ পুৱা গুজৰাট অভিমুখে ৰাওনা হ'ব হিমা দাস, ল'লে দুৰ্গা আৰু কামাখ্যাৰ আশীৰ্বাদ

Hima Das : কাইলৈ পুৱা গুজৰাট অভিমুখে ৰাওনা হ'ব হিমা দাস, ল'লে দুৰ্গা আৰু কামাখ্যাৰ আশীৰ্বাদ

 নেচনেল গেমছ তেওঁৰ বাবে এতিয়া অতি গুৰুত্বপূৰ্ণ বুলি  উল্লেখ কৰে।

নেচনেল গেমছ তেওঁৰ বাবে এতিয়া অতি গুৰুত্বপূৰ্ণ বুলি  উল্লেখ কৰে।

নেচনেল গেমছ তেওঁৰ বাবে এতিয়া অতি গুৰুত্বপূৰ্ণ বুলি  উল্লেখ কৰে।

  • Share this:
তাৰকা এথলীট হিমা দাস সাজু হৈছে গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে। গুজৰাট ভ্ৰমণৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ লয় হিমা দাসে। মা দুৰ্গাৰো আশীৰ্বাদ বিচৰা বুলি উল্লেখ কৰি হিমাই  ট্ৰেকত চমক সৃষ্টি কৰি অসমৰ মান ৰখাৰ সম্পূৰ্ণ প্ৰচেষ্টা চলাব।

কাইলৈ পুৱা গুজৰাট অভিমুখে ৰাওনা হ'বলগীয়া  হিমা দাসে কয়– ''অসম দলে প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত থকাটো নিশ্চিত। যুৱ খেলুৱৈৰে গঠিত অসম দল যথেষ্ট শক্তিশালী।''

তেওঁ লগতে অসম চৰকাৰ আৰু অসম অলিম্পিকে বহু সুবিধা দিয়াৰ কথা উল্লেখ কৰি এছিয়ান গেমছৰ প্ৰাকমুহুৰ্তত নেচনেল গেমছ তেওঁৰ বাবে এতিয়া অতি গুৰুত্বপূৰ্ণ বুলি  উল্লেখ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি