Vinod Kambli Arrested: অৱশ্যে গ্ৰেপ্তাৰৰ পিছতে কাম্বলিক জামিনত মুকলি কৰি দিয়া হয়।
Vinod Kambli Arrested: অৱশ্যে গ্ৰেপ্তাৰৰ পিছতে কাম্বলিক জামিনত মুকলি কৰি দিয়া হয়।
টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ (Former Cricketer) বিনোদ কাম্বলিক গ্ৰেপ্তাৰ (Vinod Kambli Arrested)। সুৰাপান কৰি গাড়ী চলাই আন এখন বাহন খুন্দিওৱাৰ অভিযোগত গ্ৰপ্তাৰ কাম্বলিক।মুম্বাইৰ বান্দ্ৰাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
অৱশ্যে গ্ৰেপ্তাৰৰ পিছতে কাম্বলিক জামিনত মুকলি কৰি দিয়া হয়। ভাবা হাস্পতালত মেডিকেল পৰীক্ষা কৰোৱা হৈছিল কাম্বলিৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|