• Home
  • »
  • News
  • »
  • sports
  • »
  • CWG 2022 : কমনৱেল্থত থমকিল লাভলীনা, আজি ট্ৰেকত নামিব ‘ধিং এক্সপ্ৰেছ’ হিমা

CWG 2022 : কমনৱেল্থত থমকিল লাভলীনা, আজি ট্ৰেকত নামিব ‘ধিং এক্সপ্ৰেছ’ হিমা

কমনৱেলথৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোহাঁই। ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ হাতত পৰাস্ত হৈ এই প্ৰতিযোগিতাত থমকিবলগীয়া হ’ল অসমৰ লাভলীনা।

  • Share this:
আজি কমনৱেল্থ গেমছত ট্ৰেকত নামিব হিমা দাস। ২০০ মিটাৰ দৌৰত অংশ ল’ব ‘ধিং এক্সপ্ৰেছ’ হিমাই। বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব হিমা দাসৰ খেল। দেশবাসীৰ দৃষ্টি নিবদ্ধ ধিং এক্সপ্ৰেছ হিমা দাসৰ ওপৰত। হিমাৰ পৰা এটা পদক আহিব বুলি এতিয়া অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।

ইফালে, কমনৱেলথৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোহাঁই। ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ হাতত পৰাস্ত হৈ এই প্ৰতিযোগিতাত থমকিবলগীয়া হ’ল অসমৰ লাভলীনা।
Published by:Sanjay Kumar Das
First published: