কমনৱেলথৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোহাঁই। ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ হাতত পৰাস্ত হৈ এই প্ৰতিযোগিতাত থমকিবলগীয়া হ’ল অসমৰ লাভলীনা।
কমনৱেলথৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোহাঁই। ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ হাতত পৰাস্ত হৈ এই প্ৰতিযোগিতাত থমকিবলগীয়া হ’ল অসমৰ লাভলীনা।
আজি কমনৱেল্থ গেমছত ট্ৰেকত নামিব হিমা দাস। ২০০ মিটাৰ দৌৰত অংশ ল’ব ‘ধিং এক্সপ্ৰেছ’ হিমাই। বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব হিমা দাসৰ খেল। দেশবাসীৰ দৃষ্টি নিবদ্ধ ধিং এক্সপ্ৰেছ হিমা দাসৰ ওপৰত। হিমাৰ পৰা এটা পদক আহিব বুলি এতিয়া অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।
ইফালে, কমনৱেলথৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোহাঁই। ৱেলছৰ বক্সাৰ ৰ’জী ইকলেজৰ হাতত পৰাস্ত হৈ এই প্ৰতিযোগিতাত থমকিবলগীয়া হ’ল অসমৰ লাভলীনা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|